১৫ জানুৱাৰীত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 14th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ সংসদ ভৱন কমপ্লেক্সৰ সংবিধান সদনৰ চেন্ট্ৰেল হলত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন (CSPOC) উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।