Prime Minister Narendra Modi to visit Kerala

January 22nd, 02:23 pm

PM Modi will visit Thiruvananthapuram, Kerala, on 23rd January to launch multiple developmental projects across key sectors, including rail connectivity, urban livelihoods, science and innovation, citizen-centric services and advanced healthcare. During the visit, he will flag off four new train services, including three Amrit Bharat Express trains and one passenger train and will disburse PM SVANidhi loans to one lakh beneficiaries, including street vendors from Kerala.

The Genome India Project marks a defining moment in the country's biotechnology landscape: PM

January 09th, 06:38 pm

PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.

Prime Minister Shri Narendra Modi's remarks at the start of Genome India Project

January 09th, 05:53 pm

PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.

PM Modi Chairs CSIR Society Meeting

October 15th, 06:30 pm

Prime Minister Shri Narendra Modi, who is President of the Council of Scientific and Industrial Research (CSIR) chaired the meeting of CSIR Society at 7, Lok Kalyan Marg earlier today.

চিএছআইআৰ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

June 04th, 10:28 am

আমাৰ বিজ্ঞানীসকলে এবছৰৰ ভিতৰত মেড ইন ইণ্ডিয়া ক’ৰোনা প্ৰতিষেধক প্ৰস্তুত কৰিছিল আৰু ইয়াক দেশবাসীৰ বাবে উপলব্ধ কৰিছিল। এবছৰৰ ভিতৰত আমাৰ বিজ্ঞানীসকলে ক’ভিড পৰীক্ষাৰ কিট আৰু অত্যাৱশ্যকীয় সঁজুলিৰে দেশখনক আত্মনিৰ্ভৰশীল কৰি তুলিছিল। ইমান কম সময়ৰ ভিতৰতে আমাৰ বিজ্ঞানীসকলে ক’ৰোনাৰ সৈতে যুঁজত নতুন কাৰ্যকৰী ঔষধ আৱিষ্কাৰ কৰিছিল, অক্সিজেন উৎপাদনৰ গতি দ্ৰুত কৰাৰ উপায় বিচাৰিছে।

চিএছআইআৰ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰিলে প্রধানমন্ত্রীয়ে

June 04th, 10:27 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে এই শতিকাত ক’ৰোনা মহামাৰী আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে।

প্ৰধানমন্ত্ৰীয়ে ৪ জুনত চিএছআইআৰ ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব

June 03rd, 09:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জুনত পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা(চিএছআইআৰ)ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জুনত পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা(চিএছআইআৰ)ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব। এই ছ’চাইটীখন বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনষ্ঠ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ এক অংশ। সমগ্ৰ দেশত ৩৭টা পৰীক্ষাগাৰ আৰু ৩৯টা কেন্দ্ৰৰ মাধ্যমেৰে ইয়াৰ কাৰ্যকলাপ চলি আছে। প্ৰখ্যাত বিজ্ঞানী, উদ্যোগপতি আৰু বৈজ্ঞানিক মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়ববীয়াসকল এই ছ’চাইটীৰ সদস্য আৰু তেওঁলোকে বছৰি এবাৰকৈ মিলিত হয়।

নতুন দিল্লীত নেচনেল মেট্ৰ’ল’জী কনক্লেভৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 04th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।

নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

January 04th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।

চিএছআইআৰৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ বিষয়া-কৰ্মচাৰীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

September 26th, 02:54 pm

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR) ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ বিষয়া-কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

PM interacts with AYUSH practitioners

March 28th, 01:22 pm

Prime Minister Shri Narendra Modi today interacted with AYUSH sector practitioners via video conference.

চিএছআইআৰ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

February 14th, 08:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত চিএছআইআৰ এখন বৈঠকত অধ্যক্ষতা কৰে৷