বিহাৰৰ ছিৱানত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

June 20th, 01:00 pm

সকলোকে প্ৰণাম জনাইছো। প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পবিত্ৰ ভূমি বাবা মহেন্দ্ৰ নাথ, বাবা হন্সনাথ, সোহাগ্ৰা ধাম, মা থাৱে ভৱানী, মা অম্বিকা ভৱানীক প্ৰণাম জনাইছো।

বিহাৰৰ ছিৱানত ৫,২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

June 20th, 12:00 pm

আজি বিহাৰৰ ছিৱানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বাবা মহেন্দ্ৰ নাথ আৰু বাবা হান্স নাথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে সোহগৰা ধামৰ পবিত্ৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে মা থাৱে ভৱানী আৰু মা অম্বিকা ভৱানীকো প্ৰণাম জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ স্মৃতিও সোঁৱৰণ কৰে।

ভাৰত - ক্ৰ'ৱেচিয়াৰ নেতাৰ বিবৃতি

June 19th, 06:06 pm

ক্ৰ’ৱেচিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২৫ চনৰ ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰে।দুয়োখন ৰাষ্ট্ৰৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়াই হৈছে প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ।

ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 18th, 11:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জাগ্ৰেবত জোৰান মিলানোভিচক সাক্ষাৎ কৰে।

ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

June 18th, 11:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাগ্ৰেবতত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত আন্দ্ৰেজ প্লেনকভিচক সাক্ষা কৰে। প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণৰ এয়া আছিল আৰু সেয়েহে ভাৰত-ক্ৰ’ৱেচিয়া সম্পৰ্কৰ এক ঐতিহাসিক মাইলৰ খুঁটি। ঐতিহাসিক বানস্কি ডভ’ৰি ৰাজপ্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী প্লেংকভিচে আগবঢ়ায় নিয়াৰ লগতে আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পূৰ্বে বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰীক জাগ্ৰেবৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী প্লেংকভিচে আদৰণি জনায়।

ক্ৰয়েচিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

June 18th, 09:56 pm

ঐতিহাসিক আৰু সুন্দৰ চহৰ জাগ্ৰেবত মোক যি উষ্ম, উৎসাহ আৰু মৰমেৰে আদৰণি জনাইছে, তাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ক্ৰ’ৱেচিয়া চৰকাৰক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

কানাডাৰ আলবাৰ্টাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

June 18th, 05:38 pm

ক্ৰ'ৱেচিয়াৰ জাগ্ৰেবত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচে।

তিনিখন দেশ ক্ৰমে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

June 15th, 07:00 am

আজি মই তিনিখন দেশ ক্ৰমে চাইপ্ৰাছ গণৰাজ্য , কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ আৰম্ভ কৰিবলৈ ওলাইছো।

১৫ জুনৰ পৰা ১৯ জুনলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

June 14th, 11:58 am

প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছ, ১৬-১৭ জুনত জি-৭ সন্মিলনৰ বাবে কানাডা আৰু ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ সৈতে আলোচনাত মিলিত হ’ব আৰু লিমাছলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব৷ পিছত কানাডাত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতাৰ সৈতে মত বিনিময় কৰিব। ক্ৰ’ৱেচিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী প্লেনকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব।

PM greets the people of Croatia, on their Statehood Day

June 25th, 10:15 am