প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়াই
February 20th, 09:12 pm
কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আৰ আমনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী কোৱালকমৰ অধ্যক্ষ আৰু চিইঅ’ৰ সৈতে মিলিত হৈ এআই উদ্ভাৱন আৰু দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে
October 11th, 02:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৱালকমৰ অধ্যক্ষ আৰু চিইঅ’ শ্ৰী ক্রিষ্টিয়ানো আৰ. আমনৰ সৈতে মিলিত হৈ কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে।