Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।২০৩০-৩১ চনৰ ভিতৰত কপাহ খণ্ডত স্বাৱলম্বিতাৰ লক্ষ্যৰে ৫৬৫৯.২২ কোটি টকাৰ ব্যয় আৰু বিশ্ব বস্ত্ৰ বজাৰত প্ৰতিযোগিতাৰ বাবে 'কপাহৰ উৎপাদনশীলতা অভিযান'ত অনুমোদন কেবিনেটৰ
May 05th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ কপাহ খণ্ডত থকা বাধা, নিম্নগামী বিকাশ আৰু গুণগত মানৰ উদ্বেগ দূৰ কৰিবলৈ কপাহ উৎপাদনশীলতা অভিযান (২০২৬-২৭ৰ পৰা ২০৩০-৩১)ৰ বাবে ৫৬৫৯.২২ কোটি টকাৰ অনুমোদন জনাইছে।কপাহ কৃষকসকলক প্ৰত্যক্ষ সহায়ৰ বাবে কপাহ ঋতু ২০২৩-২৪ৰ বাবে চি চি আইক এম এছ পি পুঁজি ১,৭১৮.৫৬ কোটি টকা প্ৰদানত কেবিনেটৰ অনুমোদন
March 18th, 04:08 pm
কৃষক কল্যাণ শক্তিশালী কৰা আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে কপাহ ঋতু ২০২৩-২৪ৰ বাবে ভাৰতীয় কপাহ নিগম (চি চি আই)ক নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ পুঁজি ১,৭১৮.৫৬ কোটি টকা প্ৰদানত অনুমোদন জনাইছে। এই পুঁজিৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ কপাহ কৃষকসকলক প্ৰত্যক্ষ মূল্য সমৰ্থন প্ৰদান কৰা।ভাৰত টেক্স ২০২৫ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 16th, 04:15 pm
আজি ভাৰত মণ্ডপম, ভাৰত টেক্স (Bharat Tex)ৰ দ্বিতীয় সংস্কৰণৰ সাক্ষী হৈ আছে। ইয়াত আমাৰ পৰম্পৰাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সম্ভাৱনীয়তাও দেখিবলৈ পোৱা গৈছে। এয়া দেশৰ বাবে সন্তুষ্টিৰ বিষয় যে আমি যি বীজ ৰোপণ কৰিছিলোঁ, আজি সি বট বৃক্ষ হোৱাৰ পথত দ্ৰুতগতিত বাঢ়িছে। ভাৰত টেক্স এতিয়া এক মেগা গ্ল’বেল টেক্সটাইলছ ইভেণ্টত পৰিণত হৈছে। এইবাৰ মূল্য শৃংখলৰ সমগ্ৰ বৰ্ণালী, ইয়াৰ সৈতে জড়িত ১২টা গোটে ইয়াত একেলগে অংশগ্ৰহণ কৰিছে। আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আৰু ৰং আদিও প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নিয়োজন, সহযোগিতা, আৰু অংশীদাৰিত্বৰ বাবে এক অতি শক্তিশালী মঞ্চত পৰিণত হৈছে। এই অনুষ্ঠানৰ বাবে সকলো অংশীদাৰৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়, এই কামৰ লগত জড়িত সকলো লোককে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।ভাৰত টেক্স ২০২৫ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 16th, 04:00 pm
আজি নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত ভাৰত টেক্স ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শকক সম্বোধন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীখনো ভ্ৰমণ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত মাণ্ডপামত আয়োজিত এই অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰি সকলো উপস্থিতসকলক উষ্ম আদৰণি জনায়। ভাৰত টেক্স ২০২৫ য়ে ভাৰতৰ চহকী ঐতিহ্যক উদযাপন কৰাই নহয়, জাতিটোৰ বাবে অপৰিসীম গৌৰৱৰ উৎস, উন্নত ভাৰতৰ দৃষ্টিভংগীও প্রদর্শন কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ মন্তব্য কৰে যে ভাৰত টেক্স এক উল্লেখযোগ্য বিশ্বব্যাপী বস্ত্ৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এইবাৰৰ অনুষ্ঠানত বস্ত্ৰ উদ্যোগৰ বাৰটা খণ্ডকে সামৰি লোৱা হৈছে, য’ত আছে আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ, ৰং আদি। তেওঁ জোৰ দি কয় যে ভাৰত টেক্স বিশ্ব নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নেটৱৰ্ক, সহযোগিতা আৰু অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ উপৰিও তেওঁ অনুষ্ঠানটোৰ আয়োজনৰ লগত জড়িত সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে।ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:45 am
মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন
September 20th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.I guarantee that in next few years, we will make India third largest economy in the world: PM Modi
March 05th, 12:00 pm
Addressing a massive crowd in Telangana’s Sangareddy, Prime Minister Narendra Modi said, “I had told you that together we will take India to new heights worldwide. Today, you can see how India is touching new heights, becoming a ray of hope globally. I had told you that India will write a new chapter in economic development. This promise has also been fulfilled - this is Modi Ki Guarantee.”PM Modi addresses a public meeting in Sangareddy, Telangana
March 05th, 11:45 am
Addressing a massive crowd in Telangana’s Sangareddy, Prime Minister Narendra Modi said, “I had told you that together we will take India to new heights worldwide. Today, you can see how India is touching new heights, becoming a ray of hope globally. I had told you that India will write a new chapter in economic development. This promise has also been fulfilled - this is Modi Ki Guarantee.”বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) দিয়াৰ সিদ্ধান্তলৈ অনুমোদন। ইয়াৰ জৰিয়তে ভাৰতে বস্ত্ৰৰ বিশ্ব বাণিজ্যক্ষেত্ৰত থকা প্ৰতিপত্তি পুনৰ আহৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব
September 08th, 02:49 pm
‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন সাকাৰ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমএমএফ এপাৰেল’, ‘এমএমএফ ফেব্ৰিকছ’ আৰু অন্যান্য ১০টা গোট/কাৰিকৰী বস্ত্ৰৰ উতপাদিত সামগ্ৰী ক্ষেত্ৰত ১০,৬৮৩ কোটি টকাৰ প্ৰাককলিত পুঁজিসহ ‘উত্পাদন-সংযোজিত উদগণী’(পিএলআই) আঁচনি ৰূপায়ণৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। ‘আৰঅ’এছচিটিএল’, ‘আৰঅ’ডিটিইপি’ৰ লগতে প্ৰতিযোগিতামূলক দৰত কেঁচামালৰ যোগান, দক্ষতা বিকাশ আদিৰ দৰে চৰকাৰী খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ এই সিদ্ধান্তই বস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰখনৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।Congress is spreading lies and rumours regarding Minimum Support Price: PM Modi
July 11th, 02:21 pm
Addressing a massive Kisan Kalyan Rally in Malout, Punjab, Prime Minister Narendra Modi launched scathing attack at the Congress party and held them responsible for not thinking about welfare of farmers. He alleged that for 70 years, the Congress party thought only about its own welfare, betrayed the farmers and used them as a vote bank.PM Modi addresses Kisan Kalyan Rally in Punjab
July 11th, 02:20 pm
Addressing a massive Kisan Kalyan Rally in Malout, Punjab, Prime Minister Narendra Modi launched scathing attack at the Congress party and held them responsible for not thinking about welfare of farmers. He alleged that for 70 years, the Congress party thought only about its own welfare, betrayed the farmers and used them as a vote bank.Cabinet approves hike in MSP for Kharif Crops for 2018-19 Season
July 04th, 02:40 pm
Giving a major boost for the farmers’ income, the Cabinet Committee on Economic Affairs chaired by Prime Minister Shri Narendra Modi has approved the increase in the Minimum Support Prices (MSPs) for all kharif crops for 2018-19 Season.Modern, Progressive and Developed Karnataka is the BJP’s Vision: PM Modi
May 05th, 12:15 pm
Continuing his campaign trail across Karnataka, PM Narendra Modi today addressed public meetings at Tumakuru, Gadag and Shivamogga. The PM said that Tumakuru was the land to several greats and Saints, Seers and Mutts here played a strong role in the development of our nation.কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্টঃ প্ৰধানমন্ত্ৰী মোদী
February 27th, 05:01 pm
কৰ্ণাটকৰ দেৱনাগেৰীত এক বৃহৎ জনসভাত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰক তেওঁলোকৰ কু-শাসনক সমালোচনা কৰাৰ লগতে অহা বিধানসভা নিৰ্বাচনত তেওঁলোকে পৰাজিত হ’ব বুলি কয়। তেওঁ কয়, “কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্ট।”PM Modi addresses farmers' rally in Davanagere, Karnataka
February 27th, 05:00 pm
While addressing a huge public meeting at Davanagere in Karnataka, PM Narendra Modi hit out at the Congress government in the state for its mis-governance and said that they would be defeated in the upcoming state elections. “Every section of society is unhappy with the Congress government in Karnataka”, he said.125 crore Indians are our high command, says PM Narendra Modi
December 04th, 08:05 pm
Prime Minister Narendra Modi today attacked the Congress party for defaming Gujarat. He said that Congress cannot tolerate or accept leaders from Gujarat and hence always displayed displeasure towards them and the people of the state.