দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদদিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 08th, 03:54 pm

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে

March 08th, 10:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা দোহাৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে

March 03rd, 08:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে আমাৰ গ্ৰহটোক সমৃদ্ধ কৰা আৰু আমাৰ পৰিৱেশতন্ত্ৰ অটুট ৰখা অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যৰ উদযাপন। তেওঁ কয় যে এয়া বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা সকলোকে স্বীকৃতি দিয়াৰ লগতে সংৰক্ষণ, বহনক্ষম পদ্ধতি আৰু বাসস্থান সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ দিন, যাতে বন্যপ্ৰাণীসমূহ সুকলমে থাকে।

নতুন দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত "আদি মহোৎসৱ" উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

February 16th, 10:31 am

মোৰ কেবিনেট সহকৰ্মী শ্ৰী অৰ্জুন মুণ্ডাজী, শ্ৰী ফাগ্গন সিং কুলাষ্টেজী, শ্ৰীমতী ৰেণুকা সিং জী, ড০ ভাৰতী পাৱাৰজী, শ্ৰী বিশেশ্বৰ টুডুজী, অন্যান্য বিশিষ্ট ব্যক্তি সকল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মোৰ সকলো জনজাতীয় ভাই-ভনীসকল! আদি মহোৎসৱলৈ আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ উদ্বোধন কৰে

February 16th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৃহৎ ৰাষ্ট্ৰীয় জনজাতীয় মহোৎসৱ আদি মহোৎসৱ উদ্বোধন কৰে। আদি মহোৎসৱ হৈছে ৰাষ্ট্ৰীয় মঞ্চত জনজাতীয় সংস্কৃতি প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস আৰু ই জনজাতীয় সংস্কৃতি, শিল্পকলা, ৰন্ধনপ্ৰণালী, বাণিজ্য আৰু পৰম্পৰাগত কলাৰ সত্বা দাঙি ধৰে। ই জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত জনজাতীয় সমবায় বিপণন বিকাশ ফেডাৰেচন লিমিটেডৰ (ট্ৰাইফেড) বাৰ্ষিক পদক্ষেপ।

৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 30th, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।

ক্ষুদ্ৰ অনলাইন পৰিশোধে বৃহৎ ডিজিটেল অৰ্থনীতি গঢ়ি তুলিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 24th, 11:30 am

নতুন বিষয়ৰ সৈতে, নতুন অনুপ্ৰেৰণাদায়ক উদাহৰণ, নতুন বাৰ্তাৰ সৈতে, মই পুনৰ এবাৰ আপোনালোকৰ 'মন কী বাত'ত অংশগ্ৰহণ কৰিছো ৷ আপোনালোকে জানেনে এইবাৰ মই চিঠি আৰু বাৰ্তাত আটাইতকৈ কি বিষয় অধিক পাইছো? এই বিষয়টো ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে সম্পৰ্কিত। মই দেশখনে লাভ কৰা নতুন প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ বিষয়ে কথা পাতি আছো। এই ১৪ এপ্ৰিলত বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় উদ্বোধন কৰা হৈছে। ইয়াক দেশৰ নাগৰিকসকলৰ বাবে মুকলি কৰা হৈছে। এজন শ্ৰোতা আছে, শ্ৰীযুত সাৰ্থকজী, সাৰ্থকজী গুৰুগ্ৰামত বাস কৰে আৰু প্ৰথম সুযোগ পোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় চাবলৈ আহিছে। সাৰ্থকজীয়ে মোক নমো এপত লিখা বাৰ্তাটো অতি আকৰ্ষণীয় আছিল।

মেঘালয়ৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী বক্তব্যৰ অসমীয়া অনুবাদ

January 21st, 01:09 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ৰাজ্যখনৰ গঠন আৰু উন্নয়নত অৱদান আগবঢ়োৱা আটাইকে শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ অৰ্থে শ্বিলং ভ্ৰমণৰ কথা স্মৰণ কৰে। এয়া আছিল ৩-৪ দশকৰ ব্যৱধানৰ পিছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাজ্যখন ভ্ৰমণ। তেখেতে ৰাজ্যখনৰ জনসাধাৰণক প্ৰকৃতিৰ ওচৰৰ লোক হিচাপে স্বকীয় পৰিচয় অধিক সুদৃঢ়কৰণৰ বাবে শুভেচ্ছা জনায়। মেঘালয়ে বিশ্বখনক প্ৰকৃতি, প্ৰগতি, সংৰক্ষণ আৰু পৰিবেশ-বহনক্ষমতাৰ বাৰ্তা প্ৰদান কৰিছে, শ্ৰী মোদীয়ে কয়।

মেঘালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ সম্বোধন

January 21st, 01:08 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ৰাজ্যখনৰ গঠন আৰু উন্নয়নত অৱদান আগবঢ়োৱা আটাইকে শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ অৰ্থে শ্বিলং ভ্ৰমণৰ কথা স্মৰণ কৰে। এয়া আছিল ৩-৪ দশকৰ ব্যৱধানৰ পিছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাজ্যখন ভ্ৰমণ। তেখেতে ৰাজ্যখনৰ জনসাধাৰণক প্ৰকৃতিৰ ওচৰৰ লোক হিচাপে স্বকীয় পৰিচয় অধিক সুদৃঢ়কৰণৰ বাবে শুভেচ্ছা জনায়। মেঘালয়ে বিশ্বখনক প্ৰকৃতি, প্ৰগতি, সংৰক্ষণ আৰু পৰিবেশ-বহনক্ষমতাৰ বাৰ্তা প্ৰদান কৰিছে, শ্ৰী মোদীয়ে কয়।

Highlights from PM Modi's Independence Day speech

August 15th, 03:02 pm

Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”

৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি

August 15th, 07:38 am

স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।

ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস

August 15th, 07:37 am

দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৃদ্ধি সন্দৰ্ভত মুকলি আলোচনাঃ সামুদ্ৰিক সুৰক্ষা' বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য

August 09th, 05:41 pm

Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

চেন্নাইত বিভিন্ন প্ৰকল্পৰ উদঘাটন/হস্তান্তৰকৰণ/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 14th, 11:31 am

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

তামিলনাডুত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু শিলান্য়াস কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 14th, 11:30 am

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

‘মন কী বাত ২.০’ৰ নৱম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ (২৩.০২.২০২০)

February 23rd, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশৰ পৰম্পৰা মহান৷ আমাৰ পূৰ্বপুৰুষসকলে আমাক যি ঐতিহ্য প্ৰদান কৰিছে, যি শিক্ষা আৰু দীক্ষা আমাক প্ৰদান কৰিছে, য’ত জীৱমাত্ৰেই দয়া, প্ৰকৃতিৰ প্ৰতি অপাৰ প্ৰেম, এই সকলোবোৰ আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতৰ এই বাতাৱৰণৰ আতিথ্য গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন ভিন্ন প্ৰজাতিৰ পক্ষী প্ৰতিবছৰে ভাৰতলৈ আহে৷

গুজৰাটৰ গান্ধীনগৰত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ত্ৰয়োদশ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 17th, 01:37 pm

মহাত্মা গান্ধীৰ পৱিত্ৰ এই ভূমি গান্ধীনগৰতপৰিভ্ৰমী পশু-পক্ষী সংক্রান্তীয় ত্রয়োদশ সন্মিলনলৈ আপোনালোক সকলোকে স্বাগতম জনাবলৈ পাই নথৈ আনন্দিত হৈছো।

গান্ধীনগৰত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ত্ৰয়োদশ কনফাৰেন্স অফ পাৰ্টীছ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 17th, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে গান্ধীনগৰত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ত্ৰয়োদশ কনফাৰেন্স অফ পাৰ্টীছ উদ্বোধন কৰে৷

Join PM Modi on a journey of conserving and protecting the environment!

August 12th, 09:35 pm

Join PM Modi on a journey of conserving and protecting the environment. Share your ideas with the PM on ways to conserve environment, nature and the Planet.

The 'remote control' Congress government never paid attention to Madhya Pradesh's needs: PM Modi

November 20th, 04:17 pm

Prime Minister Narendra Modi today addressed two huge public meeting in Jhabua and Rewa in Madhya Pradesh. These public meetings come amid a series of similar public meetings addressed by PM Modi in the election-bound state of Madhya Pradesh.