৫৩সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
August 25th, 09:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সেৱা তীৰ্থ’ত প্ৰ’এক্টিভ গভৰ্ণেন্স এণ্ড টাইমলী ইমপ্লিমেণ্টেচন (PRAGATI)ৰ ৫৩ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰে।অৰ্থনৈতিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 21st, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 21st, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয় উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত
August 20th, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে সচিবসকলৰ সৈতে আন্তঃগাঁথনি আৰু সংযোগ, নিৰাপত্তা আৰু বৈদেশিক পৰিক্ৰমা আৰু শাসনৰ সৈতে জড়িত মন্ত্ৰালয় তথা বিভাগসমূহৰ ভৱিষ্যতৰ কাৰ্য্যসূচীৰ বিষয়ে আলোচনা কৰে। ইতিমধ্যে দুটা গোটৰ সচিবৰ সৈতে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সচিবসকলে তাৎক্ষণিক বিষয় আৰু পৰিসংখ্যাৰ বিষয়ত চিন্তা কৰাৰ উপৰি দেশৰ ভৱিষ্যত কেনেদৰে গঢ় দিব লাগে সেই সম্পৰ্কেও দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে চিন্তা কৰিব লাগে।মুঠ মূলধন ব্যয় ৩৫৯৭৩ কোটি টকা ব্যয়েৰে ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক হাইব্ৰিড এন্যুইটি মোডত (এইচ এ এম) চাৰিলেনলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন
August 19th, 03:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে বিহাৰৰ ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক চাৰিলেনলৈ উন্নীতকৰণত অনুমোদন জনাইছে। এই প্ৰকল্পটো হাইব্ৰিড এন্যুইটি মোড (এইচ এ এম)ত ৩৫৯০.৭৩ কোটি টকাৰ মুঠ মূলধন ব্যয়েৰে বিকশিত কৰা হ'ব যাৰ মুঠ দৈৰ্ঘ্য ৮২.৫৭৮ কিলোমিটাৰ।পশ্চিমবংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলা সামৰি চাৰিটা মাল্টিট্ৰেক প্ৰকল্পত কেবিনেটৰ অনুমোদন: প্ৰায় ৪১০ কিলোমিটাৰলৈ বৃদ্ধি পাব ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক
August 19th, 03:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৯,৪৫০ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ
August 15th, 04:44 pm
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ সমীপত মঙলদৈ বাইপাছ (১৫.১১ কিলোমিটাৰ) এৰি গুৱাহাটীৰ সমীপৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৮৯৭০.২০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ১৩৫.৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
August 06th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া গুৱাহাটী-তেজপুৰ কৰিডৰৰ উন্নয়নত অনুমোদন জনাইছে। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ (অ’) ৰ অধীনত মুঠ ৮৯৭০.২০ কোটি টকাৰ মূলধনী ব্যয়েৰে বিল্ট-অপাৰেট-ট্ৰেন্সফাৰ (বি অ’ টি) টোল মোডত বিকশিত কৰা হ’ব।কেন্দ্ৰীয় কেবিনেটে সংকুচিত জৈৱ গেছৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় একত্ৰিত আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে, যাৰ বাবে ব্যয় হ’ব ২৩,৭৩১ কোটি টকা
August 06th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মুঠ ২৩,৭৩১ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় একত্ৰিত জৈৱ শক্তি আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে।অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।PM to visit Andhra Pradesh and Karnataka on 1 August
July 31st, 09:56 am
PM Modi will visit Andhra Pradesh and Karnataka on 1 August. In Andhra Pradesh, he will inaugurate the Alluri Sitarama Raju International Airport and launch development projects worth over ₹17,900 crore. He will also lay the foundation stone for Andhra Pradesh's first semiconductor manufacturing facility. During his visit to Karnataka, he will inaugurate the Swami Vivekananda Cultural Youth Centre - Viveka Smaraka in Mysuru.Participants of Viksit Vibrant Village Programme share their experiences with PM Modi
July 26th, 10:27 pm
PM Modi interacts with participants of the Viksit Vibrant Village Programme 2026, as MYBharat volunteers share inspiring stories from India's border villages. Participants recount how the journey transformed their perspectives through interactions with local communities, firsthand experiences of life in border villages and a deeper understanding of the spirit of Ek Bharat, Shreshtha Bharatবিকশিত স্পন্দনশীল গ্ৰাম্য কাৰ্যসূচী ২০২৬ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 26th, 05:00 pm
কেইবছৰমান আগতে আমি মাই ইয়ং ইণ্ডিয়া- মাই ইণ্ডিয়া প্লেটফৰ্ম প্ৰস্তুত কৰিছিলোঁ। আজি দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ যুৱকে ইয়াত যোগদান কৰিছে আৰু আজি মাই ইণ্ডিয়াৰ যুৱ বন্ধুসকলে সমগ্ৰ দেশতে প্ৰশংসনীয় কাম কৰি আছে। বিকশিত ভাৰত সংলাপৰ পৰা আৰম্ভ কৰি বিকশিত স্পন্দনশীল গ্ৰাম্য কাৰ্যসূচীলৈকে আপোনালোক সকলোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।PM Modi Interacts with Participants of Viksit Vibrant Village Programme 2026
July 26th, 04:30 pm
PM Modi today interacted with participants of the Viksit Vibrant Village Programme 2026, lauding the young friends of MY Bharat for their commendable work across the country. He highlighted the official redesignation of border settlements from the 'last' to the 'first villages' of India, noted the newly established infrastructure and praised the local inhabitants for living and breathing patriotism.Cabinet approves scheme of Chemical Parks “Bharat Audyogik Vikas Yojana Rasayan (BHAVYA Rasayan)
July 24th, 04:12 pm
The Union Cabinet, chaired by PM Modi, has approved the BHAVYA - Rasayan Scheme for establishing three dedicated Chemical Parks at a cost of ₹3,030 crore. The scheme, which will run for five years from FY 2026-27 to FY 2030-31, will lead to a cascading effect through enhanced development of downstream sectors of the economy, thereby generating higher employment and promoting greater economic growth, helping achieve the goal of Viksit Bharat @ 2047.কেন্দ্ৰীয় কেবিনেটে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিখন জিলাত ৰেল নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ দ্বাৰা বৰ্তমানৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্ক প্ৰায় ৪৬ কিলোমিটাৰ সম্প্ৰসাৰিত হ’ব
July 24th, 04:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট কমিটীয়ে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বল্লাৰী–গুন্তকাল অংশত তৃতীয় আৰু চতুৰ্থটো ৰেলপথ স্থাপনত অনুমোদন জনাইছে। এই প্ৰকল্পটোৰ বাবে প্ৰায় ১,২৬৪ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।