দিল্লীৰ সত্য নিকেতনত অট্টালিকা খহি প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
September 06th, 08:24 pm
দিল্লীৰ সত্য নিকেতনত এটা অট্টালিকা খহি প্ৰাণ হেৰুওৱা লোকসকলক প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।প্ৰখ্যাত গুজৰাটী সংগীত সুৰকাৰ শ্ৰী গৌৰাংগ ব্যাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
September 03rd, 12:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটী সংগীত জগতৰ প্ৰখ্যাত সংগীত সুৰকাৰ শ্ৰী গৌৰাংগ ব্যাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।মধ্য প্ৰদেশৰ ৰেৱাত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
September 02nd, 07:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ৰেৱাত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰিয়জনক হেৰুওৱাসকললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।কৌশাম্বীত আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 31st, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।নৰৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
August 28th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ বিয়োগত শোক প্ৰকাশ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে নৰৱে ভ্ৰমণৰ সময়ত মহামহিমগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা মনত পেলাই শ্ৰী মোদীয়ে নৰৱেৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰখনৰ প্ৰতি থকা তেওঁৰ আন্তৰিক আৰু গভীৰ সেৱাৰ মনোভাবক স্মৰণ কৰে।এ বালাকৃষ্ণন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 27th, 12:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এ বালাকৃষ্ণন জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বালাকৃষ্ণন জীয়ে সমাজলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ নিজৰ জীৱনৰ পাঁচ দশকৰো অধিক কাল স্বামী বিবেকানন্দৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল। ‘উত্তৰ-পূবৰ সৈতে তেওঁৰ বিশেষভাৱে গভীৰ সম্পৰ্ক আছিল। শিক্ষা, সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যকলাপত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল’, শ্ৰী মোদীয়ে উল্লেখ কৰে।নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
August 26th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতে আৰু নেপালৰ বানৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণে এই কঠিন সময়ত নেপালত থকা তেওঁলোকৰ ভাতৃ-ভগ্নীসকলৰ সৈতে একাত্মতাৰে থিয় দিছে।তেলেংগানাৰ সূৰ্যপেটত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 26th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ সূৰ্যপেটত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে।কলকাতাত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 19th, 02:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত সংঘটিত এক অগ্নিকাণ্ডত কেইবাজনো লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।পশ্চিম বংগৰ বীৰভূমত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 17th, 01:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ বীৰভূমত সংঘটিত এক অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।বিহাৰৰ লখীচৰাইত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 17th, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ লখীচৰাইত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 08th, 11:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে। মোৰ চিন্তা সেই পৰিয়ালসমূহৰ সৈতে আছে, যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে। আহতসকলে সোনকালে সুস্থ হৈ উঠক, শ্ৰী মোদীয়ে কয়।শ্ৰী ডি ৱাই পাটিল জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 04th, 03:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট শিক্ষাবিদ তথা জনহিতৈষী ডি ৱাই পাটিল জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ডি ৱাই পাটিল জীয়ে সদায় আনৰ, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ জীৱন উন্নত কৰাৰ বাবে কাম কৰিছিল।Prime Minister expresses grief over loss of lives due to building collapse in Thane
July 31st, 01:08 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the collapse of a building in Thane, Maharashtra.ছিকিমৰ নামচিত সুৰংগ ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
July 21st, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ এটা ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে আশু আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।শ্ৰীমতী চেন্নাম্মা জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 18th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী দেৱে গৌড়া জীৰ পত্নী শ্ৰীমতী চেন্নাম্মা জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰীমতী চেন্নাম্মা জী সমাজ সেৱাৰ প্ৰতি তেওঁৰ নম্রতা আৰু আগ্ৰহৰ বাবে প্ৰশংসিত হৈছিল।গুজৰাটৰ আহমেদাবাদত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 18th, 07:13 pm
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে।পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
July 13th, 09:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও বুৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 12th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰীয়ে কিংবদন্তি নেপথ্য কণ্ঠশিল্পী এছ জানকী আম্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে
July 12th, 09:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট নেপথ্য কণ্ঠশিল্পী এছ জানকী আম্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।