Bihar doesn't need ‘Katta Sarkar’: PM Modi in Sitamarhi
November 08th, 11:15 am
PM Modi addressed a large and enthusiastic gathering in Sitamarhi, Bihar, seeking blessings at the sacred land of Mata Sita and underlining the deep connection between faith and nation building. Recalling the events of November 8 2019, when he had prayed for a favourable Ayodhya judgment before inauguration duties the next day, he said today he had come to Sitamarhi to seek the people’s blessings for a Viksit Bihar. He reminded voters that this election will decide the future of Bihar’s youth and urged them to vote for progress.Unstoppable wave of support as PM Modi addresses rallies in Sitamarhi and Bettiah, Bihar
November 08th, 11:00 am
PM Modi today addressed large and enthusiastic gatherings in Sitamarhi and Bettiah, Bihar, seeking blessings in the sacred land of Mata Sita and highlighting the deep connection between faith and nation-building. Recalling the events of November 8, 2019, when he had prayed for a favourable Ayodhya verdict before heading for an inauguration the following day, he said he had now come to Sitamarhi to seek the people’s blessings for a Viksit Bihar.Cabinet approves semiconductor manufacturing units in ODISHA, PUNJAB and ANDHRA PRADESH worth Rs.4600 crore
August 12th, 03:18 pm
The Union Cabinet, chaired by PM Modi, has approved four semiconductor projects worth ₹4,600 crore under the India Semiconductor Mission (ISM). These projects will give a major boost to India’s semiconductor ecosystem, including the country’s first commercial compound fab and an advanced glass-based substrate packaging unit, and are expected to create jobs for 2,034 skilled professionals.আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 27th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 08th, 08:30 pm
ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।তিনিটা PARAM ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু এটা উচ্চ কাৰ্যক্ষম কম্পিউটিং ব্যৱস্থা দেশলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অনুবাদ
September 26th, 05:15 pm
আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতাৰ দিন। আজি ইয়াত বিজ্ঞান, প্ৰযুক্তি, গৱেষণাক অগ্ৰাধিকাৰ দি একবিংশ শতিকাৰ নৱভাৰত কেনেকৈ আগবাঢ়িছে তাক প্ৰদৰ্শন কৰা হৈছে। আমি সম্ভাৱনাৰ এক বিস্তৃত পৰিৱেশত নতুন সুযোগৰ সৃষ্টি কৰিছো। আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু অভিযন্তাসকলে তিনিটা PARAM Rudra ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া দিল্লী, পুনে, আৰু কলকাতাত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি দুটা হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম অৰ্ক আৰু আৰুণিক উদ্বোধন কৰিছো। এই শুভ মুহুৰ্ত তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বৈজ্ঞানিক সমাজ, অভিযন্তা, আৰু সমূহ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
September 26th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।