তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 19th, 04:25 pm
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
May 15th, 03:59 pm
এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।যুটীয়া বিবৃতিঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:10 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।ওমানৰ মহামহিম চুলতানক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 18th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কাত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰয়েল পেলেচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক মহামহিম তাৰিকে উষ্ম আদৰণি জনায় ।