India-Australia Joint Statement on Energy Security
July 09th, 11:02 am
The India-Australia Joint Statement on Energy Security noted the two countries' deep concern over the situation in the Middle East. They shared their commitment to working together to strengthen energy supply chain resilience, including by deepening regional cooperation, accelerating the energy transition, promoting the uptake of renewable energy resources and upholding open trade arrangements for energy and liquid fuels.মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 25th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ
March 10th, 12:50 pm
প্রথমেই প্রধানমন্ত্রী আলবানিজক প্ৰথম ভাৰত ভ্রমণলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ৷ যোৱা বছৰ দুয়োখন দেশে প্ৰধানমন্ত্ৰী পৰ্যায়ত বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু প্ৰধানমন্ত্ৰী আলবানিজৰ এই ভ্ৰমণৰ লগে লগে ইয়াৰ আৰম্ভণি ঘটিল। হোলীৰ দিনা তেওঁ ভাৰতত উপস্থিত হৈছিল আৰু তাৰ পিছত আমি ক্ৰিকেট খেলপথাৰত একেলগে কিছু সময় কটালোঁ। ৰং, সংস্কৃতি আৰু ক্ৰিকেটৰ এই উদযাপন এক প্ৰকাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বৰ উৎসাহ আৰু মনোভাৱৰ এক নিখুঁত প্ৰতীক।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতস্থিত অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীৰ বিশেষ বাণিজ্য দূত টনি এবটৰ বৈঠক
August 05th, 06:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটক সাক্ষাৎ কৰে, যি ২ৰ পৰা ৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহিছে ভাৰতৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ বিশেষ বাণিজ্য দূত হিচাপে।