জনস্বাস্থ্য খণ্ডত ১৬২টা পিএছএ মেডিকেল অক্সিজেন উৎপাদন প্লাণ্ট গঢ়াৰ বাবে ২০১.৫৮ কোটি টকা আৱণ্টন পিএম কেয়াৰ ফাণ্ড ট্রাষ্টৰ

January 05th, 05:25 pm

প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ) ফাণ্ড ট্রাষ্টে দেশৰ বিভিন্ন জনস্বাস্থ্য প্ৰতিষ্ঠানত ১৬২টা প্ৰেছাৰ ছুইং এডছর্পচন (পিএছএ) মেডিকেল অক্সিজেন উৎপাদন প্লাণ্ট গঢ়ি তোলাৰা বাবে ২০১.৫৮ কোটি টকা আৱণ্টন দিছে৷