Members of the Governing Body of Shri Ram College of Commerce meets the Prime Minister
April 25th, 10:50 pm
A delegation comprising members of the Governing Body of Shri Ram College of Commerce, met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that this year marks the centenary of the institution, a significant milestone in its illustrious journey of academic excellence and nation-building. He lauded the college’s long-standing contribution to higher education and its role in nurturing generations of leaders across perse fields.ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা বিবৃতি
February 26th, 03:30 pm
মোক আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে মই পুনৰবাৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ যৌথ বিবৃতি: আমাৰ পৰৱৰ্তী প্ৰজন্মৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে অংশীদাৰিত্ব
August 29th, 07:06 pm
এইচই ইছিবা শিগেৰু ডাঙৰীয়াৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৯-৩০ আগষ্ট ২০২৫ত ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে জাপানলৈ আনুষ্ঠানিক কৰ্ম ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোডীক প্ৰধানমন্ত্ৰী ইছিবাই ২৯ আগষ্ট ২০২৫ৰ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (কান্তেই) আদৰণি জনায় য'ত তেওঁ আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ লাভ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়, য’ত তেওঁলোকে ভাৰত আৰু জাপানৰ মাজত সভ্যতাৰ সম্পৰ্ক, ভাগ-বতৰা কৰা মূল্যবোধ আৰু স্বাৰ্থ, উমৈহতীয়া কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মানৰ মাজত শিপাই থকা ভাৰত আৰু জাপানৰ দীৰ্ঘদিনীয়া বন্ধুত্বক স্মৰণ কৰে। ভাৰত-জাপানৰ অংশীদাৰিত্বই বিগত দশকত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আগন্তুক দশকত পাৰস্পৰিক নিৰাপত্তা আৰু সমৃদ্ধি অৰ্জনৰ বাবে কৌশলগত আৰু আগন্তুক অংশীদাৰিত্বক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে গঠনমূলক আলোচনাত মিলিত হয়।২২ আগষ্টত প্ৰধানমন্ত্ৰীৰ বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ
August 20th, 03:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আগষ্টত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ বিহাৰৰ গয়াত প্ৰায় ১১ বজাত প্ৰায় ১৩, ০০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দুখন ৰে'লৰো যাত্ৰা আনুষ্ঠানিকভাবে মুকলি কৰিব আৰু সমবেত ৰাইজক সম্বোধন কৰিব। তাৰ পাছত তেওঁ গংগা নদীৰ অণ্টা-ছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব।যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ
July 09th, 05:55 am
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণঃ ফলাফলৰ সবিশেষ
July 09th, 03:14 am
আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তিজি-৭ সন্মিলনৰ আঁৰত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 03:17 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে-মিউঙৰে মিলিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে।জি-৭ সন্মিলনত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
June 18th, 02:55 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কীৰ ষ্টাৰমাৰৰ সৈতে মত-বিনিময় কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু যুক্তৰাজ্যৰ সম্পৰ্ক সুদৃঢ় হৈ উঠিছে, এয়া আমি সামৰি লোৱা বাণিজ্য আৰু ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰতিফলিত হৈছে।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 06:07 am
১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 11th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।জুৱাৰী দলং সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ বাবে গোৱাবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 23rd, 05:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জুৱাৰী দলং সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা উপলক্ষে গোৱাবাসীক অভিনন্দন জ্ঞাপন কৰে।ওমানৰ চুলতানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
December 16th, 09:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত দুয়োগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব
September 25th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। ২৭ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছোটাউদেপুৰৰ বোড়েলীত উপস্থিত হৈ ৫২০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।তুৰস্কৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ’ল প্ৰধানমন্ত্ৰী
September 10th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত তুৰস্কৰ ৰাষ্ট্ৰপতি শ্ৰী ৰিচেপ তায়িপ এৰ্দোগানৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।‘বাণিজ্য’ আৰু ‘লজিষ্টিক্স’ ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ হ’বলৈ আগবাঢ়িছে ভাৰত: প্ৰধানমন্ত্ৰী
May 01st, 03:43 pm
বিশ্ব বেংকৰ ‘এলপিআই ২০২৩’ প্ৰতিবেদনৰ তথ্য অনুসৰি, বহুতো দেশতকৈ ভাল টাৰ্ণ এৰাউণ্ড টাইমৰ সৈতে ভাৰতীয় বন্দৰসমূহৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি হৈছে বুলি বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ‘টুইট’ কৰিছে।প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ-মহেছানা (৬৪.২৭ কিলোমিটাৰ) গজ পৰিৱৰ্তন প্ৰকল্প সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰে
March 06th, 09:12 pm
এই প্ৰকল্পটোৱে ৰে'লৰ কাম-কাজ সুশৃংখলিত কৰিব, আহমেদাবাদ আৰু মহেছানাৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু আহমেদাবাদ-দিল্লীৰ মুখ্য পথত মাল বহন ক্ষমতা বৃদ্ধি কৰিব।GIFT City celebrates both wealth and wisdom: PM Modi
July 29th, 03:42 pm
PM Modi laid the foundation stone of the headquarters building of the International Financial Services Centres Authority (IFSCA) in GIFT City, Gandhinagar. The Prime Minister noted that GIFT City was making a strong mark as a hub of commerce and technology. GIFT City celebrates both wealth and wisdom, he remarked.PM lays foundation stone of IFSCA headquarters at GIFT City in Gandhinagar
July 29th, 03:41 pm
PM Modi laid the foundation stone of the headquarters building of the International Financial Services Centres Authority (IFSCA) in GIFT City, Gandhinagar. The Prime Minister noted that GIFT City was making a strong mark as a hub of commerce and technology. GIFT City celebrates both wealth and wisdom, he remarked.জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 06th, 12:08 pm
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰাদ্ধৰ্ঘ্য নিবেদন কৰাৰ লগতে তেওঁ আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ কথা স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।India-Nepal Joint Vision Statement on Power Sector Cooperation
April 02nd, 01:09 pm
On 02 April 2022, His Excellency Prime Minister Narendra Modi and Rt. Hon'ble Prime Minister Sher Bahadur Deuba had fruitful and wide ranging bilateral discussions in New Delhi.