সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ক সন্মান জনাই স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
December 14th, 10:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ৰ (সুৱৰণ মাৰাণ)ৰ সন্মানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি.পি. ৰাধাকৃষ্ণণে স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনায়।৭ নৱেম্বৰত ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
November 06th, 02:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৭ নৱেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত পুৱা প্ৰায় ৯.৩০ বজাত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বছৰজোৰা স্মৃতিচাৰণ কাৰ্যসূচী উদ্বোধন কৰিব।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণ
July 26th, 07:19 am
মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি
July 25th, 09:08 pm
ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে স্মাৰক ডাকটিকট মুকলি কৰে।