প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত আয়োজিত সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণেৰে সশস্ত্ৰ বাহিনীৰ কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধিৰ বাবে সহযোগিতা, আত্ম-নিৰ্ভৰতা আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে
September 15th, 03:34 pm
প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন উদ্বোধন কৰে। দ্বি-বাৰ্ষিক সন্মিলনখন হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ-পৰ্য্যায়ৰ চিন্তা-চৰ্চাৰ এখনি মঞ্চ। ইয়াত দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্ব একত্ৰিত হৈ মত-বিনিময় আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ আগন্তুক অগ্ৰগতি-সাধনৰ ৰূপৰেখা অংকন কৰে। সশস্ত্ৰ বাহিনীৰ অব্যাহত আধুনিকীকৰণ আৰু ৰূপান্তৰৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বৰ্ষ – ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব
September 12th, 02:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।মধ্যপ্ৰদেশৰ ভূপালত সংযুক্ত সেনাধ্যক্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
April 01st, 08:36 pm
তিনিদিনীয়া সামৰিক সেনাপতিসকলৰ সন্মিলনৰ বিষয়বস্তু আছিল ‘প্ৰস্তুত, পুনৰুত্থানশীল, প্ৰাসংগিক’। সন্মিলনৰ সময়ত সশস্ত্ৰ বাহিনীৰ যৌথতা আৰু নাট্যৰূপ (theaterization)কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ আলোচনা কৰা হয়। সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি আৰু ‘আত্মনিৰ্ভৰতা’ লাভৰ দিশত প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়।গুজৰাটৰ কেৱাদিয়াত কমাণ্ডাৰসকলৰ যুটীয়া অধিৱেশনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ালে প্রধানমন্ত্রীয়ে
March 06th, 08:30 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াত প্রতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰা কমাণ্ডাৰসকলৰ যুটীয়া অধিৱেশনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়৷PM to visit Kerala
December 14th, 10:38 am