২০২৬ চনৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত (আই পি এইচ অ') স্বৰ্ণ বিজয়ী ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 13th, 01:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বিয়াৰ বুকাৰামঙ্গাত অনুষ্ঠিত ২০২৬ চনৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত সোণৰ পদক লাভ কৰাৰ বাবে কনিষ্ক জৈন, ৰিদ্ধেশ অনন্ত বেণ্ডালে, ঋষিত গাৰ্গ, শ্ৰেষ্ঠ সুৰাইয়া আৰু স্বৰিত যোশীৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছে।কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা এবেলাৰ্ডো ডে লা এস্প্ৰিয়েলাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 26th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে এবেলাৰ্ডো ডে লা এস্প্ৰিয়েলাক অভিনন্দন জনায়।PM congratulates Spiritual leader, Sri Sri Ravi Shankar, on being conferred with Colombia’s highest civilian award
June 25th, 10:45 am