DMK’s policy is by the family, of the family and for the family: PM Modi in Coimbatore, Tamil Nadu
April 18th, 06:20 pm
Election, Coimbatore, Tamil Nadu, BJP, Lord Murugan, Puthandu, Nari Shakti Vandan Adhiniyam, Nari Shakti, Women Empowerment, Women's Reservation Bill, Parliament, Corruption, Highway, Roadways, Next Generation Infrastructure, Railway, Inclusive Growth, C. P. Radhakrishnan, Surya Ghar Muft Bijli Yojana, Rooftop Solar, Electricity for all, Investment, Jobs, Jal Jeevan Mission, MUDRA, Pradhan Mantri Ujjwala Yojana, Business, Income Tax, GST Bachat Utsav, Education, Healthcare, Ayushman Bharat Yojana, Jan Aushadhhi Kendra, Yuva Shakti, First Time Voters, Census, MSME, Economy, Natural Farming, Farmer Welfare, Innovation, Employment, Viksit Bharat Viksit Tamil Nadu,PM Modi’s fiery speech electrifies Coimbatore
April 18th, 06:00 pm
Prime Minister Narendra Modi today delivered a high-energy and politically charged address in Coimbatore, Tamil Nadu, drawing an enthusiastic response from the public. Addressing a large gathering, Prime Minister Modi said the people of Tamil Nadu are sending a clear message ahead of the upcoming polls: “NDA is in, DMK is out.”ক’ইম্বাটুৰৰ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 17th, 09:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ ক’ইম্বাটুৰত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 12:00 pm
পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 11:45 am
অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা, ২০২৬-ৰ দ্বিতীয় খণ্ডত কইম্বাটুৰ, ছত্তীশগড়, গুজৰাট আৰু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথোপকথনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে
February 10th, 05:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা (PPC), ২০২৬-ৰ ৯ম সংস্কৰণত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথোপকথনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে। পিপিচি, ২০২৬-ৰ দ্বিতীয় খণ্ডৰ সময়ত প্ৰধানমন্ত্ৰী কইম্বাটুৰ, ছত্তীশগড়, গুজৰাট আৰু অসমৰ পৰীক্ষা যোদ্ধাসকলৰ (Exam Warriors) সৈতে এক অনানুষ্ঠানিক মত-বিনিময়ত মিলিত হয়। ‘পৰীক্ষা পে চৰ্চা’ৰ এই বিশেষ সংস্কৰণলৈ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ দেশৰ ভিন্ন প্ৰান্তত উক্ত কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।দেৱমোগ্ৰা, কইম্বাট’ৰ, ৰায়পুৰ, গুৱাহাটী আৰু দিল্লীৰ ৭, এলকেএমত পৰীক্ষা যোদ্ধাসকলৰ সৈতে বিশেষ পৰীক্ষা পে’ চৰ্চা খণ্ডটো সকলোকে চাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
February 03rd, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগৰিকসকলক ২০২৬চনৰ ৬ফেব্ৰুৱাৰীত পৰীক্ষা পে’ চৰ্চাৰ বিশেষ খণ্ড চাবলৈ আমন্ত্ৰণ জনায়, যাতে এই আকৰ্ষণীয় কথোপকথন আৰু ভাৰতৰ তৰুণসকলৰ সামূহিক মনোভাৱৰ সাক্ষী হ'ব পাৰে।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
December 01st, 11:15 am
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পূৰ্ণপাঠ
November 20th, 12:30 pm
এই সকলোবোৰ কলৰ মূল্য সংযোজিত সামগ্ৰী আৰু এয়া আৱৰ্জনা। মহাশয়, এয়া কলৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা হৈছে আৰু এয়া কলৰ মূল্য সংযোজনৰ পৰা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে মত-বিনিময় কৰে
November 20th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰাকৃতিক কৃষিকাৰ্য্যৰ সৈতে জড়িত কৃষকসকলক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে কলৰ উৎপাদন পৰ্য্যবেক্ষণ কৰে আৰু কলৰ আৱৰ্জনাৰ ব্যৱহাৰৰ বিষয়ে জানিব খোজে। কৃষক এজনে তেওঁক কয় যে প্ৰদৰ্শিত সকলো সামগ্ৰী হৈছে কলৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা মূল্য-সংযোজিত সামগ্ৰী। প্ৰধানমন্ত্ৰীয়ে সোধে যে তেওঁলোকৰ সামগ্ৰীসমূহ সমগ্ৰ ভাৰতত অনলাইনযোগে বিক্ৰী কৰা হৈছে নেকি, ইয়াৰ উত্তৰত কৃষকজনে হয় বুলি কয়। কৃষকজনে লগতে কয় যে তেওঁলোকে কৃষক উৎপাদক সংগঠন (FPO)-ৰ লগতে ব্যক্তিগত অৱদানকাৰীৰ জৰিয়তে সমগ্ৰ তামিলনাডুক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অৱগত কৰে যে তেওঁলোকৰ সামগ্ৰীসমূহ অনলাইনত বিক্ৰী কৰা হৈছে, ৰপ্তানি কৰা হৈছে আৰু সমগ্ৰ ভাৰতৰ স্থানীয় বজাৰ তথা ছুপাৰমাৰ্কেটতো উপলব্ধ হৈছে। শ্ৰী মোদীয়ে প্ৰতিটো এফপিঅ'ত কিমানজন লোকে একেলগে কাম কৰে বুলি সোধে আৰু ইয়াৰ উত্তৰত কৃষকজনে প্ৰায় এক হাজাৰ ব্যক্তি জড়িত আছে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ শলাগ লয় আৰু লগতে কলৰ খেতি কেৱল এটা অঞ্চলতে কৰা হয় নে আন শস্যৰ সৈতে মিশ্ৰিত কৰা হয়, সেই সম্পৰ্কে জানিব খোজে। তেতিয়া কৃষকজনে কয় যে ভিন্ন অঞ্চল বিভিন্ন বিশেষ সামগ্ৰীত আগৰণুৱা আৰু তেওঁলোক জিআই সামগ্ৰীৰো অধিকাৰী।তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 07:01 pm
মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব
November 18th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে
March 03rd, 04:48 pm
আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনেৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে।Coimbatore Hosts the Viksit Bharat Ambassador-Campus Dialogue
April 08th, 09:14 pm
The PSG Convention Centre at PSG iTech in Coimbatore, Tamil Nadu, hosted the Viksit Bharat Ambassador-Campus Dialogue, where over 1,500 students from over 30 universities, along with city entrepreneurs, congregated with enthusiasm.PM Modi's roadshow attracts massive response in Coimbatore, Tamil Nadu
March 18th, 05:45 pm
Prime Minister Narendra Modi held a massive roadshow in Coimbatore, Tamil Nadu. PM Modi was surrounded by a huge crowd. During the roadshow, the crowd felicitated PM Modi by showering flowers on him as he waved his hand towards them. The people of Tamil Nadu cheered and raised slogans of PM Modi in his welcome.PM Modi addresses Public Meeting at Coimbatore, Tamil Nadu
April 09th, 05:05 pm
Prime Minister Modi ended his jam-packed day with another major rally in Coimbatore in Tamil Nadu today.Yoga has the potential to herald in a new Yuga of peace, compassion, brotherhood : PM Modi
February 24th, 07:59 pm
PM Narendra Modi today unveiled 112-ft face of Adiyogi at Isha Yoga Center in Coimbatore. Speaking at the event he said, “India has given gift of Yoga to the world and by practicing Yoga, spirit of oneness is created.” He added further that today entire world wanted peace from wars and stress, and for that Yoga was the only way.Chief Minister of Tamil Nadu meets Prime Minister
February 24th, 07:26 pm
Chief Minister of Tamil Nadu, Thiru Edappadi K. Palaniswami met Prime Minister Narendra Modi today in Coimbatore.