সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
May 15th, 03:59 pm
এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।