বিশ্বই এতিয়া নিশ্চয় ভাৰতীয় ষ্টাৰ্টআপ বিচাৰিছে: স্পেচ ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
August 23rd, 11:42 am
স্পেচ ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নতুন খণ্ডত প্ৰৱেশ কৰাৰ সাহসৰ বাবে প্ৰশংসা কৰে। এই পাৰস্পৰিক ক্ৰিয়া-কলাপত মহাকাশ খণ্ড ব্যক্তিগত খেলুৱৈৰ বাবে মুকলি কৰা, ভাৰতীয় কোম্পানীসমূহৰ বাবে চৰকাৰী সমৰ্থন, ৰবটিক মহাকাশযান, সঘনাই ৰকেট উৎক্ষেপণ আৰু ভাৰতৰ প্ৰথম মহাকাশ-ফাৰ্মা ষ্টাৰ্টআপকে ধৰি কেইবাটাও আকৰ্ষণীয় বিষয় সামৰি লোৱা হৈছিল।প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে
August 23rd, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি নতুন এটা খণ্ডত প্ৰৱেশ কৰাৰ সাহসৰ বাবে তেওঁলোকক প্ৰশংসা কৰে। এই মত-বিনিময়ত ব্যক্তিগত খণ্ডৰ বাবে মহাকাশ খণ্ড মুকলি কৰা, ভাৰতীয় কোম্পানীসমূহৰ বাবে চৰকাৰৰ সহায়-সমৰ্থন, ৰবটিক মহাকাশযান, সঘনাই ৰকেট উৎক্ষেপণ আৰু ভাৰতৰ প্ৰথমটো মহাকাশ-ফাৰ্মা ষ্টাৰ্টআপকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বিষয় আলোচনা কৰা হয়।প্ৰধানমন্ত্ৰীয়ে মহাকাশ ষ্টাৰ্টআপৰ চিইঅ’ আৰু প্ৰতিষ্ঠাপকৰ সৈতে মত বিনিময় কৰে
August 21st, 02:21 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ২০টা মহাকাশ ষ্টাৰ্টআপৰ চিইঅ’ আৰু প্ৰতিষ্ঠাপকৰ সৈতে মত বিনিময় কৰি ভাৰতৰ ক্ৰমবৰ্ধমান ব্যক্তিগত মহাকাশ পৰিৱেশ তন্ত্ৰ আৰু বিশ্ব প্ৰতিভা, কোম্পানী আৰু বিনিয়োগক আকৰ্ষণ কৰাৰ ইয়াৰ সম্ভাৱনাক আলোকপাত কৰে। তেওঁ মহাকাশ প্ৰযুক্তিৰ বহল প্ৰয়োগ, উদ্যোগৰ শক্তিশালী সহযোগিতা আৰু মহাকাশৰ প্ৰতি যুৱ মনক অনুপ্ৰাণিত কৰাৰ অধিক প্ৰচেষ্টাক উৎসাহিত কৰে।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 09th, 11:15 am
আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।ভাৰত-ব্ৰিটেইন যুটীয়া বিবৃতি
October 09th, 03:24 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ৮-৯ অক্টোবৰ ২০২৫ চনত ভাৰত ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে ব্যৱসায় আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য ব’ৰ্ডৰ সভাপতি পিটাৰ কাইল সাংসদ, স্কটলেণ্ডৰ ৰাজ্যিক সচিব ডগলাছ আলেকজেণ্ডাৰ সাংসদ, বিনিয়োগ মন্ত্ৰী জেছন ষ্টকউড আৰু ১২৫ জন চিইঅ’, উদ্যোগী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সাংস্কৃতিক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।ফলাফলৰ তালিকাঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
October 09th, 01:55 pm
ব্ৰিটেইন-ভাৰত গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখল মানৱ নিৰীক্ষণ কেন্দ্ৰৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি আৰু আই আই টি-আই এছ এম ধনবাদত নতুন উপগ্ৰহ চৌহদ স্থাপন।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।