বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে ভাৰত-বেলজিয়াম যৌথ বিবৃতি

September 03rd, 02:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

September 03rd, 01:00 pm

বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি

August 30th, 05:56 pm

উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ উজবেকিস্তানলৈ চৰকাৰী ভ্ৰমণ কৰে।

'মন কী বাত'ত ড্ৰাগছমুক্ত ভাৰতৰ অভিযানত নাগৰিকসকলক যোগ দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 30th, 11:30 am

এই মাহৰ 'মন কী বাত'ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশপ্ৰেম আৰু 'ভোকেল ফৰ লোকেল'ৰ সংকল্পক শক্তিশালী কৰি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, স্বাধীনতা দিৱস আৰু ভাৰত ত্যাগ আন্দোলনকে ধৰি আগষ্ট মাহৰ মূল ঘটনাবোৰৰ লগতে জন্মাষ্টমী আৰু বিশ্বকৰ্মা পূজাৰ দৰে আগন্তুক উৎসৱসমূহৰ বিষয়ে উল্লেখ কৰে। তদুপৰি তেওঁ বন সংৰক্ষণ, ভাৰতীয় ইতিহাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মহিলা সবলীকৰণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণ

August 27th, 05:14 pm

উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ২৯-৩০ আগষ্টত উজবেকিস্তান ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ ৰ যুটীয়া উন্নয়নমূলক দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰপতি মিৰ্জিয়য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। পৰৱৰ্তী সময়ত, কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি সদিৰ ঝাপাৰোভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ আগষ্ট – ১ ছেপ্টেম্বৰ ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক 'এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেকলৈ যাত্ৰা কৰিব। তেওঁ ষষ্ঠ 'ৱৰ্ল্ড নমেড গেমছ'ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় কেবিনেটে সংকুচিত জৈৱ গেছৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় একত্ৰিত আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে, যাৰ বাবে ব্যয় হ’ব ২৩,৭৩১ কোটি টকা

August 06th, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মুঠ ২৩,৭৩১ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় একত্ৰিত জৈৱ শক্তি আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে।

Prime Minister receives telephone call from Prime Minister of the United Kingdom

July 31st, 07:28 pm

In a telephone conversation with UK PM Andy Burnham, PM Modi congratulated him on assuming office. The two leaders discussed ways to further strengthen the India-UK Comprehensive Strategic Partnership and agreed to deepen cooperation across priority areas. They also exchanged views on issues of mutual interest and welcomed the recent entry into force of the India-UK CETA.

তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 09th, 12:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ জুলাই, ২০২৬ত মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ আতিথ্যত অনুষ্ঠিত তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। গৱৰ্ণমেণ্ট হাউচত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী আলবানিজে উষ্ম আদৰণি জনায় আৰু আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

July 09th, 11:15 am

আমাৰ এই সাদৃশ্যসমূহ আৰু আমাৰ উমৈহতীয়া বিশ্বদৃষ্টিভংগীয়ে আমাক গভীৰ পাৰস্পৰিক বিশ্বাসেৰে নিৰন্তৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ ভিতৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। আৰু আজিৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ জৰিয়তে আমাৰ সহযোগিতাত বহু নতুন মাত্ৰা যোগ হৈছে।

অৰ্থনৈতিক পৰিকল্পনা ব্যৱসায়িক সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 09th, 06:15 am

এতিয়া বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনে ইয়াৰ সুযোগতে ডেউকা মেলিবলৈ সাজু হৈছে। আৰু আপোনালোক সকলোৱে ইয়াক নতুন উচ্চতালৈ লৈ যাব লাগিব।

Prime Minister addresses Australia-India CEOs Forum and Economic Roadmap Business event

July 09th, 06:00 am

PM Modi participated in the Australia-India CEOs Forum and the Economic Roadmap Business event in Melbourne. Addressing the CEOs Forum, he highlighted India's strong economic growth, policy reforms, digital transformation and expanding innovation ecosystem. Addressing the Economic Roadmap Business event, he expressed satisfaction at the growth of trade and investment ties based on ECTA and called for early conclusion of the proposed CECA.

ফলাফলৰ তালিকা: ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে কৰা জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সুফলসমূহ

July 02nd, 10:39 pm

অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, এআই, স্বচ্ছ শক্তি আৰু ঔষধকে ধৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিকে ধৰি মূল খণ্ডসমূহত যৌথ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে প্ৰকল্পভিত্তিক সহযোগিতাৰ প্ৰসাৰঘটোৱাৰ বিষয়ত সহমত প্ৰকাশ কৰে। ভাৰত-জাপান তথ্য পত্ৰ ২.০ য়ে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰত-জাপানৰ জি টু জি আৰু বি টু বি সংযোগক ক্ৰমবৰ্ধমান ৰূপত ধৰি ৰাখিছে।

ভাৰত-জাপান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ইংৰাজী অনুবাদ

July 02nd, 03:35 pm

আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ সফলতাৰ বহুতো উৎকৃষ্ট উদাহৰণ আছে।

ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 28th, 02:02 pm

তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।

ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 14th, 04:36 pm

এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।

ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

June 14th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave

June 10th, 06:33 pm

PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.

PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat

June 10th, 06:30 pm

PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে দীৰ্ঘতম কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰশংসা কৰি মন্ত্ৰীসভাৰ এটা প্ৰস্তাৱ গৃহীত

June 10th, 01:50 pm

কেন্দ্ৰীয় কেবিনেটে আজি দেশৰ দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতীয় গণতন্ত্ৰৰ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি এটা প্ৰস্তাৱ গৃহীত কৰে। নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪,৩৯৯ দিনৰ অবিৰত সেৱাৰ অভিলেখ স্থাপন কৰি তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে একেৰাহে ৪,৩৯৮ দিন কাৰ্যনিৰ্বাহ কৰা শ্ৰী জৱাহৰলাল নেহৰুৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰে। প্ৰস্তাৱটোত কোৱা হৈছে যে এই উপলক্ষ্যটো ভাৰতৰ গণতান্ত্ৰিক চেতনা, জনসাধাৰণৰ বিশ্বাস আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তিৰ প্ৰতীক হিচাপে থিয় দিছে, যি 'ৰাষ্ট্ৰ প্ৰথম' সংকল্পৰ দ্বাৰা পৰিচালিত এগৰাকী নেতাক জনসাধাৰণে প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনক প্ৰতিফলিত কৰে।