জি-৭ সন্মিলনৰ আঁৰত মেক্সিকোৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 17th, 11:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত মেক্সিকোৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ ক্লডিয়া শ্বেইনবম পাৰ্ডোৰে মিলিত হয়। এয়া আছিল দুয়োগৰাকী নেতাৰ প্ৰথম সাক্ষাৎ। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেক্সিকোৰ ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জনায়।