মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 12th, 12:30 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

২০২৫ চনৰ ১১-১২ মাৰ্চলৈ মৰিচাছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

March 07th, 06:17 pm

প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ১১-১২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ একাংশ শীৰ্ষ নেতাক সাক্ষাৎ, ভাৰতীয় বংশোদ্ভৱৰ সৈতে মিলিত হোৱাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই ভ্ৰমণে ভাৰত-মৰিচাছৰ শক্তিশালী অংশীদাৰিত্বক পুনৰ দৃঢ় কৰে, যিটো মিলিত ইতিহাস আৰু অগ্ৰগতিৰ মাজত শিপাই আছে।

Netaji Subhas Chandra Bose's legacy will continue to inspire us in building a Viksit Bharat: PM Modi

January 23rd, 11:30 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

Prime Minister Shri Narendra Modi’s address on Parakram Diwas

January 23rd, 11:25 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future

December 16th, 03:26 pm

Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.

‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

October 19th, 06:57 pm

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য প্ৰবীন্দ জগনাথৰ সৈতে আগালেগা দ্বীপপুঞ্জত এয়াৰষ্ট্ৰিপ আৰু জেটিৰ যুটীয়া উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

February 29th, 01:15 pm

মহামান্য প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথজী, মৰিচাছ কেবিনেটৰ উপস্থিত সদস্যগণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰ, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আগালেগাৰ জনসাধাৰণ আৰু সকলো সহকৰ্মী,

মৰিচাছৰ আগালেগা দ্বীপত মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথভাৱে নতুন এয়াৰষ্ট্ৰিপ আৰু এখন জেটি উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 29th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ জুগনৌথে যৌথভাৱে মৰিচাছৰ আগালেগা দ্বীপত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুন এয়াৰষ্ট্ৰিপ আৰু ছেইণ্ট জেমছ জেটীৰ লগতে ছটা সামূহিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ উদ্বোধন ভাৰত আৰু মৰিচাছৰ মাজত দশক দশক পুৰণি উন্নয়নমূলক অংশীদাৰিত্বৰ সাক্ষী আৰু ই মূল ভূখণ্ড মৰিচাছ আৰু আগলেগাৰ মাজত উন্নত সংযোগৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিব। তদুপৰি, সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰিব আৰু আৰ্থ-সামাজিক উন্নয়নকো তৰান্বিত কৰিব। শেহতীয়াকৈ ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাই মৰিচাছত ইউপিআই আৰু ৰুপে’ কাৰ্ড সেৱা আৰম্ভ কৰাৰ পিছতে এই প্ৰকল্পসমূহৰ উদ্বোধনে তাৎপৰ্য বহন কৰিছে।

প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

June 10th, 10:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জুন, ২০২৩ৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

অসামৰিক সেৱাৰ পৰীক্ষাত আজি উত্তীৰ্ণ হোৱাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

May 23rd, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাসকলক অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই বছৰ অনূত্তীৰ্ণ হোৱাসকলকো উপদেশ দিয়ে৷

Our motto is to unlock the potential of the youth of our country: PM Modi

April 24th, 06:42 pm

PM Modi addressed the Yuvam conclave and acknowledged that for the vibrancy of any mission, the vibrancy of youth is of utmost importance. He stated that India has transformed from being the fragile five to being the fifth largest economy. He mentioned that the BJP and the youth of this country have a similar wavelength. We bring reforms and the youth brings results enabling a successful youth-led partnership and change

PM Modi addresses ‘Yuvam’ Conclave in Kerala

April 24th, 06:00 pm

PM Modi addressed the Yuvam conclave and acknowledged that for the vibrancy of any mission, the vibrancy of youth is of utmost importance. He stated that India has transformed from being the fragile five to being the fifth largest economy. He mentioned that the BJP and the youth of this country have a similar wavelength. We bring reforms and the youth brings results enabling a successful youth-led partnership and change

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

এই বছৰৰ অসামৰিক সেৱা দিৱস অতি গুৰুত্বপূৰ্ণ। এইটো এনে এটা সময় য’ত দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। এনে এটা সময় আহি আছে যি সময়ত দেশখনে পৰৱৰ্তী ২৫ বছৰৰ বিশাল লক্ষ্য প্ৰাপ্ত কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। ১৫-২০-২৫ বছৰ আগতে এই সেৱাত যোগদান কৰা বিষয়াসকলে দেশখনক স্বাধীনতাৰ এই অমৃত লৈ অনাত এক হৃহৎ ভূমিকা পালন কৰিছে। এতিয়া স্বাধীনতাৰ এই অমৃতত, সেই যুৱ বিষয়াসকলৰ ভূমিকা আটাইতকৈ ডাঙৰ, যিসকলে পৰৱৰ্তী ১৫-২০-২৫ বছৰৰ বাবে এই সেৱাত থাকিব। সেয়েহে, মই আজি ভাৰতৰ প্ৰতিজন অসামৰিক সেৱাৰ বিষয়াক এই কথা ক'ম যে আপুনি বহুত ভাগ্যৱান। মই নিশ্চিত যে আপুনি মোৰ কথাত সম্পূৰ্ণ বিশ্বাস ৰাখিব। কিছুমান মানুহে আনকি বিশ্বাস নকৰিবও পাৰে যে তেওঁলোক ভাগ্যৱান নহয়। সকলোকে তেওঁলোকৰ নিজৰ চিন্তাৰে অভিনন্দন।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬ সংখ্যক অসামৰিক সেৱা দিৱসৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬ সংখ্যক অসামৰিক সেৱা দিৱস, ২০২৩ উপলক্ষে চিভিল সেৱকসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা প্ৰশাসনত প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা প্ৰদানৰ লগতে ‘বিকশিত ভাৰত – এমপাৱাৰিং চিটিজেনছ এণ্ড ৰিচিং দ্য লাষ্ট মাইল ভলিউম I আৰু II’ শীৰ্ষক ই-বুক উন্মোচন কৰে।

The 'Panch Pran' must be the guiding force for good governance: PM Modi

October 28th, 10:31 am

PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.

PM addresses ‘Chintan Shivir’ of Home Ministers of States

October 28th, 10:30 am

PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.

অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

May 30th, 04:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক সেৱা (মূল) পৰীক্ষা, ২০২১ ত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জ্ঞাপন কৰিছে।

অসামৰিক সেৱা দিৱসত জনপ্রশাসনৰ উৎকর্ষৰ বাবে প্রধানমন্ত্রীৰ পুৰস্কাৰ প্রদান কৰিব প্ৰধানমন্ত্ৰীয়ে

April 20th, 10:09 am

অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২১ এপ্রিল, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জনপ্রশাসনৰ উৎকর্ষৰ বাবে প্রধানমন্ত্রীৰ পুৰস্কাৰ প্রদান কৰিব। এই উপলক্ষে অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

‘এলবিএছএনএএ’-ত ৯৬ সংখ্যক ‘উমৈহতীয়া বুনিয়াদী পাঠ্যক্ৰম’ৰ অন্তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 17th, 12:07 pm

আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।