‘মন কী বাত’ত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য, উদ্ভাৱন আৰু সামূহিক প্ৰচেষ্টা প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
July 26th, 11:30 am
Prime Minister Narendra Modi addressed the nation through Mann Ki Baat. In his speech, he highlighted important topics such as Kargil Vijay Diwas, Catch the Rain campaign, India's space sector prowess, Science Olympiads, Environmental conservation, Khadi and more. He called upon the citizens to share their ideas and suggestions for Independence Day through MyGov.প্ৰধানমন্ত্ৰী মোদীৰ ‘স্বাধীনতা দিৱস’ৰ ভাষণৰ বাবে আপোনালোকৰ চিন্তা-ধাৰণা শ্বেয়াৰ কৰক
July 25th, 02:34 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বাধীনতা দিৱস’ৰ ভাষণৰ বাবে নাগৰিকসকলক তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শ সহভাগ কৰাৰ বাবে আহ্বান জনাইছে২৬ জুলাইত ‘মন কী বাত’ শুনিবলৈ টিউন কৰক
July 25th, 09:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।সৰ্বাত্মক উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 13th, 08:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সৰ্বাংগীন বিকাশে প্ৰতিগৰাকী নাগৰিকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন নিশ্চিত কৰাৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰগতিয়ে নতুন গতি লাভ কৰে। তেওঁ উল্লেখ কৰে যে এই অনুপ্ৰেৰণামূলক মনোভাৱেৰে দেশখনে নিজৰ সামৰ্থ্য অধিক শক্তিশালী কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে।সাহস আৰু স্থিতিস্থাপকতাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
July 08th, 07:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সাহস হৈছে এখন ৰাষ্ট্ৰৰ সৰ্ববৃহৎ শক্তি। তেওঁ কয় যে কঠিন প্ৰত্যাহ্বানৰ সময়তো ঐক্যবদ্ধ হৈ থাকিবলৈ আৰু প্ৰগতি, সমৃদ্ধি তথা আত্মনিৰ্ভৰশীলতাৰ দিশত স্থিৰভাৱে আগবাঢ়ি যাবলৈ ই দেশক অনুপ্ৰাণিত কৰে।মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)
June 28th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।২৮ জুনত ‘মন কী বাত’ শুনিবলৈ টিউন কৰক
June 27th, 09:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ক গোলকীয় উদযাপন কৰি তোলাৰ বাবে কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 21st, 10:00 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ ক প্ৰকৃতাৰ্থত গোলকীয় উদযাপন হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছে।"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।৩১ মে'ত মন কি বাত শুনিবলৈ সংযুক্ত হওঁক
May 30th, 08:30 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷নম্রতা, ক্ষমা আৰু উত্তম আচৰণৰ গুণাগুণ সন্দৰ্ভত সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 29th, 08:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নম্রতা, ক্ষমা আৰু উত্তম আচৰণ হৈছে এজন ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰকৃত অলংকাৰ। তেওঁ উল্লেখ কৰে যে এই গুণসমূহৰ জৰিয়তে দেশৰ জনসাধাৰণে বিকশিত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰাৰ দিশত নিৰন্তৰভাৱে কাম কৰি আছে।Cabinet approves integration and continuation of two schemes under umbrella scheme SARTHAK-PDS
May 27th, 02:53 pm
The Cabinet Committee on Economic Affairs (CCEA), chaired by PM Modi, has approved the continuation of SARTHAK PDS as an umbrella scheme with a Central outlay of ₹25,530 crore. Equipped with advanced technologies such as AI, ML, NLP and Blockchain, the scheme aims to ensure last-mile service delivery, minimize leakages and strengthen the nation’s commitment to food security under the NFSA.সমগ্ৰ ভাৰততে উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
May 27th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা উষ্ণতাৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য সকলো সাৱধানতা অৱলম্বন কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।সত্যতা আৰু অধ্যৱসায়ৰ গুৰুত্বত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 05th, 09:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে আৰু সত্যৰ পথ অনুসৰণ কৰি লাভ কৰা সফলতা স্থায়ী। তেওঁ উল্লেখ কৰে যে এনে সফলতাই কেৱল আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, মনলৈ গভীৰ সন্তুষ্টিৰ অনুভূতিও কঢ়িয়াই আনে।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।২৬এপ্ৰিল ২২০২২৬ মন কি বাত শুনিবলৈ টিউন কৰক
April 25th, 08:30 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷প্ৰধানমন্ত্ৰী মোদীৰ হাওৰা ৰোডশ্ব’ত ব্যাপক অংশগ্ৰহণৰ হাৰে পশ্চিম বংগত বিজেপিৰ অভিলেখ সৃষ্টিকাৰী জয়ৰ সংকেত দিছে
April 23rd, 07:30 pm
পশ্চিম বংগৰ হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্ব’ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে উৎসাহীভাৱে অংশগ্ৰহণ কৰে। এই ব্যাপক সঁহাৰিয়ে টিএমচিৰ ১৫ বছৰীয়া জনবিৰোধী শাসনৰ বিপৰীতে কেন্দ্ৰত বিজেপিৰ সৰ্বাংগীন শাসন ব্যৱস্থাৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱাৰ প্ৰতিফলন ঘটাইছে।শ্ৰী কেদাৰনাথ ধামৰ উদ্বোধন তথা চাৰিধাম যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
April 22nd, 11:28 am
এই বছৰৰ চাৰিধাম যাত্ৰাৰ আৰম্ভণি উপলক্ষে দেৱভূমি উত্তৰাখণ্ডত শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পবিত্ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাৰ বাবে উত্তৰাখণ্ড ভ্ৰমণ কৰা সকলো ভক্তক সম্বোধন কৰি এখন পত্ৰৰ জৰিয়তে তেওঁৰ আন্তৰিক অনুভূতি বিনিময় কৰাৰ লগতে তেওঁলোকৰ কল্যাণৰ বাবে শুভেচ্ছা আৰু প্ৰাৰ্থনা জনায়।প্ৰধানমন্ত্ৰী মোদীৰ নাগাৰকইল ৰোডশ্ব’ত বিপুল জনসমাগমৰ হাৰ সমগ্ৰ তামিলনাডুত বিজেপি-এনডিএৰ সমৰ্থন বৃদ্ধি পোৱাৰ সংকেত
April 15th, 05:32 pm
তামিলনাডুৰ নাগাৰক’ইলত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্ব’ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে উৎসাহীভাৱে অংশগ্ৰহণ কৰে। এই বিপুল সঁহাৰিয়ে বিজেপি-এনডিএৰ সৰ্বাংগীন শাসন ব্যৱস্থাৰ ক্ৰমাৎ গ্ৰহণযোগ্যতাক প্ৰতিফলিত কৰে আৰু ৰাজ্যখনৰ ৰাজনৈতিক আমেজৰ পৰিৱৰ্তনৰ দিশটোলৈ আঙুলিয়াই দিয়ে।মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।