লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

December 25th, 06:16 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন

December 25th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।

বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

December 25th, 10:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ‘দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যন’ত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। ‘এই প্ৰাৰ্থনাই প্ৰেম, শান্তি আৰু সহানুভূতিৰ কালজয়ী বাৰ্তা প্ৰতিফলিত কৰে। বৰদিনৰ মহত্বই আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাক অনুপ্ৰাণিত কৰক’, শ্ৰী মোদীয়ে কয়।

বৰদিন উপলক্ষে সকলোকলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপণ

December 25th, 09:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্তি, সহানুভূতি আৰু আশাৰে ভৰা আনন্দময় বৰদিনৰ শুভেচ্ছা জনাইছে। ‘যীচু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সম্প্ৰীতি শক্তিশালী কৰক’, শ্ৰী মোদীয়ে কয়।

'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী

November 30th, 11:30 am

চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

খাজুৰাহো, মধ্য প্ৰদেশত কেন-বেতোৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 25th, 01:00 pm

বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।

PM Modi lays foundation stone of Ken-Betwa River Linking National Project in Khajuraho, Madhya Pradesh

December 25th, 12:30 pm

PM Modi inaugurated and laid the foundation stone of multiple development projects in Khajuraho. Highlighting that Shri Vajpayee's government in the past had seriously begun addressing water-related challenges, but were sidelined after 2004, the PM stressed that his government was now accelerating the campaign to link rivers across the country. He added that the Ken-Betwa Link Project is about to become a reality, opening new doors of prosperity in the Bundelkhand region.

বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

December 25th, 09:36 am

বৰদিন উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে চিবিচিআইত তেওঁ অংশগ্ৰহণ কৰা বৰদিনৰ কাৰ্যসূচীৰ আভাসো শ্বেয়াৰ কৰে।

The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme

December 23rd, 09:24 pm

PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.

PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India

December 23rd, 09:11 pm

PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.

Prime Minister Narendra Modi to attend Christmas Celebrations hosted by the Catholic Bishops' Conference of India

December 22nd, 02:39 pm

PM Modi will attend the Christmas Celebrations hosted by the Catholic Bishops' Conference of India (CBCI) in New Delhi. The PM will interact with key leaders from the Christian community, including Cardinals, Bishops and prominent lay leaders of the Church.

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

December 19th, 09:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত বিনিময় কৰে।

ব্ৰিটেইনৰ মহামহিম ৰজা তৃতীয় চাৰ্লছৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

December 19th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ মহামহিম ৰজা তৃতীয় চাৰ্লছৰ সৈতে বাৰ্তালাপ কৰে। দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰি দুয়োগৰাকী নেতাই ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

“Seems my office passed the ultimate test,” says PM Modi as children get exclusive peek of 7, LKM

December 27th, 12:20 pm

On the festive occasion of Christmas, Prime Minister Narendra Modi hosted a special program at his official residence. As a delightful addition to the event, several children who performed the choir were given a unique and insightful opportunity to explore the Prime Minister's official residence.

A Special Christmas at PM Modi’s Residence

December 26th, 05:08 pm

Prime Minister Narendra Modi recently celebrated Christmas with the Christian community. His interaction, imbued with warmth and respect, underscored the deep-rooted values of pluralism and inclusivity that are the bedrock of India's vibrant democracy.

৭, লোক কল্যান মাৰ্গত বৰদিনৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 25th, 02:28 pm

এই বিশেষ আৰু পবিত্ৰ অনুষ্ঠানত আপোনালোক সকলোৱে মোৰ বাসগৃহলৈ অহাটো মোৰ বাবে অতি আনন্দ কথা৷ যেতিয়া ভাৰতীয় সংখ্যালঘূ ফাউণ্ডেচনে আমি সকলোৱে একেলগে বৰদিন উদযাপন কৰিবলৈ প্ৰস্তাৱ দিছিল, তেতিয়া মই তেওঁলোকক ক’লোঁ যে মোৰ ঘৰত কিয় উদযাপন নকৰো আৰু তাৰ পৰাই এই কাৰ্যসূচী হাতত লোৱা হ’ল। গতিকে মোৰ বাবে ই এক অতি আনন্দৰ অনুষ্ঠান। অনিল জীয়ে মোক বহুত সহায় কৰি আহিছে, মই তেওঁৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ। গতিকে মই আনন্দৰে গ্ৰহণ কৰিলোঁ। এই পদক্ষেপৰ বাবে সংখ্যালঘু ফাউণ্ডেশ্যনৰ প্ৰতিও মই অতিশয় কৃতজ্ঞ।

বৰদিন উপলক্ষে খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

December 25th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰদিন উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ৭, লোক কল্যাণ মাৰ্গ, নতুন দিল্লীত খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে। বৰদিন উপলক্ষে আয়োজন কৰা উদযাপনৰ কাৰ্যসূচীতো তেওঁ ভাষণ দিয়ে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে গায়ন অনুষ্ঠানো উপস্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলোকে বৰদিনৰ শুভেচ্ছা জনায়

December 25th, 09:56 am

আজি বৰদিন উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

২০২২ চনটো অতি প্ৰেৰণাদায়ক, আশ্চৰ্যকৰ: মন কি বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

December 25th, 11:00 am

বন্ধুসকল, এই সকলোবোৰৰ সৈতে, ২০২২ বৰ্ষটো আন এটা কাৰণৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সেয়া হৈছে 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ আত্মাৰ সম্প্ৰসাৰণ। দেশৰ জনসাধাৰণে একতা আৰু সম্প্ৰীতি উদযাপনৰ বাবে বহুতো আশ্চৰ্যকৰ অনুষ্ঠানৰ আয়োজন কৰিছে। গুজৰাটৰ মাধৱপুৰ মেলাই হওক, য'ত ৰুক্মিণীৰ বিবাহ আৰু উত্তৰ-পূবৰ সৈতে ভগৱান কৃষ্ণৰ সম্পৰ্ক উদযাপন কৰা হৈছে, বা কাশী-তামিল সংগমেই হওক, এই উৎসৱবোৰত সম্প্ৰীতিৰ বিভিন্ন ৰং দেখা গৈছে। ২০২২ চনত দেশবাসীয়ে অমৰ ইতিহাসৰ আন এটা অধ্যায় ৰচনা কৰিছে। আগষ্ট মাহত আয়োজিত 'হৰ ঘৰ তিৰংগা' অভিযানৰ কথা কোনে পাহৰিব পাৰে! সেই মুহূৰ্তবোৰে প্ৰতিজন দেশবাসীৰ হৃদয় আলোড়িত কৰি তুলিছিল। স্বাধীনতাৰ ৭৫ বছৰীয়া এই অভিযানত সমগ্ৰ দেশে ত্ৰিৰংগা ৰঙেৰে নিজকে বোলাই লৈছিল। ৬ কোটিতকৈও অধিক লোকে ত্ৰিৰংগাৰ সৈতে চেলফি প্ৰেৰণ কৰিছিল। এই আজাদী কা অমৃত মহোৎসৱ অহা বছৰো একেধৰণে অব্যাহত থাকিব - ই অমৃত কালৰ ভেটি অধিক শক্তিশালী কৰিব।

বৰদিন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

December 25th, 09:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনোৱাৰ লগতে ভগৱান যীশুখ্ৰীষ্টৰ মহৎ চিন্তাধাৰাৰ স্মৰণ কৰে৷