অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

March 04th, 11:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। তেওঁ কয় যে ভাৰত-অষ্ট্ৰিয়াৰ উন্নত অংশীদাৰীত্বই অনাগত বছৰবোৰত স্থিৰ অগ্ৰগতি লাভ কৰিবলৈ সাজু হৈছে।