Prime Minister Meets His Holiness Moran Mor Ignatius Aphrem II, Patriarch of Antioch and All The East
February 27th, 04:36 pm
PM Modi met His Holiness Moran Mor Ignatius Aphrem II, The Patriarch of Antioch and All The East, and The Supreme Head of the Universal Syriac Orthodox Church. During the meeting, the Prime Minister and His Holiness engaged in a great discussion covering a wide range of issues.লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ
December 25th, 06:16 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন
December 25th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
December 25th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ‘দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যন’ত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। ‘এই প্ৰাৰ্থনাই প্ৰেম, শান্তি আৰু সহানুভূতিৰ কালজয়ী বাৰ্তা প্ৰতিফলিত কৰে। বৰদিনৰ মহত্বই আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাক অনুপ্ৰাণিত কৰক’, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বীক সাক্ষাৎ কৰে
November 04th, 09:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বী, মেজৰ আৰ্চবিশ্বপ হিজ বেটিটুড মষ্ট ৰেভাৰেণ্ড মাৰ ৰাফেল থাটিল, হিজ গ্ৰেচ আৰ্চবিশ্বপ ড° কুৰিয়াকোছে ভৰণিকুলাংগাৰ আদিৰ সৈতে মত-বিনিময় কৰে।সকলোকে আশীষধন্য আৰু উচাহপূৰ্ণ ইষ্টাৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 20th, 09:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলোকে আশীষধন্য আৰু উচ্ছাহপূৰ্ণ ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে গুড ফ্ৰাইডে উপলক্ষে দয়া আৰু কৰুণাৰ মূল্যবোধক আলোকপাত কৰে
April 18th, 09:42 am
গুড ফ্ৰাইডেৰ শুভক্ষণত, আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যীচু খ্ৰীষ্টৰ মহান বলিদানৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰে। তেওঁ জোৰ দি কয় যে এই দিনটোৱে আমাক জীৱনত দয়া, মমতা আৰু উদাৰতা গ্ৰহণ কৰিবলৈ সোঁৱৰাই দিয়ে।বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
December 25th, 09:36 am
বৰদিন উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে চিবিচিআইত তেওঁ অংশগ্ৰহণ কৰা বৰদিনৰ কাৰ্যসূচীৰ আভাসো শ্বেয়াৰ কৰে।The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme
December 23rd, 09:24 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 23rd, 09:11 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.Prime Minister Narendra Modi to attend Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 22nd, 02:39 pm
PM Modi will attend the Christmas Celebrations hosted by the Catholic Bishops' Conference of India (CBCI) in New Delhi. The PM will interact with key leaders from the Christian community, including Cardinals, Bishops and prominent lay leaders of the Church.বিকশিত ভাৰত-বিকশিত গোৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 06th, 02:38 pm
গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই জী, ইয়াৰ যুৱ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু গোৱাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। সকলো গোৱাবাসীলৈ মোৰ সাদৰ নমস্কাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ ওপৰত যেন সদায় থাকে।প্ৰধানমন্ত্ৰীয়ে গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
February 06th, 02:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে আয়োজিত প্ৰদৰ্শনীলৈ খোজকাঢ়ি যায়। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে শিক্ষা, ক্ৰীড়া, পানী শোধন, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰ্যটন খণ্ডত আন্তঃগাঁথনি বৃদ্ধি। প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী যুৱক যুৱতীক নতুন চৰকাৰী নিযুক্তিৰ আদেশ বিতৰণ কৰে আৰু লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰপ্ৰদান কৰে।৭, লোক কল্যান মাৰ্গত বৰদিনৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 25th, 02:28 pm
এই বিশেষ আৰু পবিত্ৰ অনুষ্ঠানত আপোনালোক সকলোৱে মোৰ বাসগৃহলৈ অহাটো মোৰ বাবে অতি আনন্দ কথা৷ যেতিয়া ভাৰতীয় সংখ্যালঘূ ফাউণ্ডেচনে আমি সকলোৱে একেলগে বৰদিন উদযাপন কৰিবলৈ প্ৰস্তাৱ দিছিল, তেতিয়া মই তেওঁলোকক ক’লোঁ যে মোৰ ঘৰত কিয় উদযাপন নকৰো আৰু তাৰ পৰাই এই কাৰ্যসূচী হাতত লোৱা হ’ল। গতিকে মোৰ বাবে ই এক অতি আনন্দৰ অনুষ্ঠান। অনিল জীয়ে মোক বহুত সহায় কৰি আহিছে, মই তেওঁৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ। গতিকে মই আনন্দৰে গ্ৰহণ কৰিলোঁ। এই পদক্ষেপৰ বাবে সংখ্যালঘু ফাউণ্ডেশ্যনৰ প্ৰতিও মই অতিশয় কৃতজ্ঞ।বৰদিন উপলক্ষে খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
December 25th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰদিন উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ৭, লোক কল্যাণ মাৰ্গ, নতুন দিল্লীত খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে। বৰদিন উপলক্ষে আয়োজন কৰা উদযাপনৰ কাৰ্যসূচীতো তেওঁ ভাষণ দিয়ে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে গায়ন অনুষ্ঠানো উপস্থাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ইষ্টাৰৰ বিশেষ উপলক্ষত খ্ৰীষ্টান সমুদায়ৰ আধ্যাত্মিক নেতৃবৃন্দক সাক্ষাৎ কৰে
April 09th, 07:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰৰ বিশেষ উপলক্ষত খ্ৰীষ্টান সমুদায়ৰ আধ্যাত্মিক নেতৃবৃন্দক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে এই উপলক্ষে দিল্লীত ছেক্ৰেড হাৰ্ট কেথেড্ৰেলৰ যাত্ৰাৰ দৃশ্যাংশও শ্বেয়াৰ কৰে।গুড ফ্ৰাইডেত যীচু খ্ৰীষ্টৰ সাহস আৰু ত্যাগৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ
April 15th, 09:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যীচু খ্ৰীষ্টৰ সেৱা আৰু ভাতৃত্ববোধৰ আদৰ্শ অসংখ্য লোকৰ বাবে এক পথপ্ৰদৰ্শক।ক’ভিড-১৯ সন্দৰ্ভত ধৰ্মীয় আৰু সামাজিক সংগঠনৰ প্ৰতিনিধিবৰ্গৰে প্ৰধানমন্ত্ৰীৰ আলোচনা
July 28th, 07:46 pm
ক’ভিড-১৯ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত ধৰ্মীয় আৰু সামাজিক সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক আলোচনাত মিলিত হয়।মৰাণ মাৰ বাচেলিঅ’ছ মাৰ্থোমা পাওল’ছ দ্বিতীয়ৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 12th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অৰ্থোডক্স গীৰ্জাৰ সৰ্বোচ্চ মুৰব্বী মাননীয় মৰাণ মাৰ বাচেলিঅ’ছ মাৰ্থোমা পাওল’ছ দ্বিতীয়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক অভিনন্দন জনাইছ
April 04th, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে।