ছাৰ ছোটু ৰামজীৰ জন্মদিনত প্রধানমন্ত্রীৰ শ্রদ্ধা নিবেদন

November 24th, 02:10 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ছাৰ ছোটু ৰামজীৰ জন্মদিনত তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে।