ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 05th, 10:00 am

কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰ তিনিটা বিভাগৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে হৈছে ৮২ গৰাকী শিক্ষক আৰু শিক্ষাবিদ। ইয়াৰ ভিতৰত আছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ ৪৮ গৰাকী শিক্ষক, উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টি সদস্য, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৩ গৰাকী দক্ষতা প্ৰশিক্ষক।

৭, লোক কল্যাণ মাৰ্গত ৰক্ষা বন্ধন উদযাপনৰ অৱলোকন শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 28th, 01:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭, লোক কল্যাণ মাৰ্গত উদযাপন কৰা ৰক্ষা বন্ধনৰ কিছু স্মৰণীয় মুহূৰ্ত শ্বেয়াৰ কৰে। এই উৎসৱে জনসাধাৰণৰ মাজত মৰম আৰু সম্প্ৰীতিৰ বান্ধোন অধিক গভীৰ কৰিব আৰু সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনিব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে।

Prime Minister calls upon youth to work together, to work for Bharat

July 31st, 11:47 pm

The Prime Minister, Shri Narendra Modi, has said that abuses never solve anything and called upon people to guide those who have gone astray.

PM Modi congratulates Boong’s team on winning the BAFTA, calls it a moment of pride for Manipur and the nation

February 23rd, 05:10 pm

PM Modi congratulated the ‘BOONG’ film team for winning an award in the Children’s & Family Film category at the BAFTA Film Awards. He noted that this achievement is a moment of immense joy, especially for Manipur. The PM added that the award highlights the immense creative talent present in the nation.

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত কন্যা শিশুৰ মৰ্যাদা, সুযোগ আৰু সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতি দোহাৰে

January 24th, 07:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিটো কন্যা শিশুৱে মৰ্য্যাদা, সুযোগ আৰু আশাৰে জীৱন যাপন কৰাটো নিশ্চিত কৰাৰ বাবে চৰকাৰৰ অটল সংকল্পৰ কথা দোহাৰে।

ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

December 17th, 12:25 pm

আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।

ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ

December 17th, 12:12 pm

প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।

দৃষ্টিহীন মহিলা টি-২০বিশ্বকাপ চেম্পিয়নৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মূল পাঠ

November 28th, 10:15 am

এই গান গাই বুলি আপুনি কেনেকৈ জানিলে

ভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

November 28th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত ভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সংকল্পক স্বীকাৰ কৰি আত্মবিশ্বাসেৰে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁলোকক উৎসাহিত কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়ি যোৱা লোকসকলে কেৱল ক্ৰীড়াক্ষেত্ৰতেই নহয়, জীৱনতো কেতিয়াও বিফল নহয়। তেওঁ উল্লেখ কৰে যে খেলুৱৈসকলে তেওঁলোকৰ নিজৰ পৰিচয় গঢ় দিছিল, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰিছিল।

গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

নৱ ৰায়পুৰৰ সত্য সাই সঞ্জীৱনী চাইল্ড হাৰ্ট হাস্পতালত হৃদৰোগৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰা শিশুৰ সৈতে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ

November 01st, 05:30 pm

মই এজন হকী চেম্পিয়ন। মই ৫টা হকী পদক লাভ কৰিছো। মোৰ স্কুলত চেক আপৰ সময়ত তেওঁলোকে গম পালে যে মোৰ হৃদয়ত এটা ফুটা আছে। চিকিৎসাৰ বাবে ইয়ালৈ আহিলোঁ, অস্ত্ৰোপচাৰ কৰিলোঁ, এতিয়া আকৌ হকী খেলিব পাৰিম।

জন্মগত হৃদযন্ত্ৰৰ সমস্যা অতিক্ৰম কৰা শিশুৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

November 01st, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী চিকিৎসালয়ত দিল কি বাত অনুষ্ঠানৰ অধীনত ‘জীৱনৰ উপহাৰ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জন্মগত হৃদৰোগৰ সমস্যাত ভুগি থকা আৰু সফলতাৰে চিকিৎসা কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰে।

১ নৱেম্বৰত ছত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 31st, 12:02 pm

'দিল কি বাত' কাৰ্যসূচীৰ অংশ হিচাপে দিনৰ প্ৰায় ১০ বজাত তেওঁ নৱ ৰায়পুৰ অটল নগৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী হাস্পতালত 'গিফ্ট অব লাইফ' অনুষ্ঠানত জন্মগত হৃদৰোগৰ সফলতাৰে চিকিৎসা গ্ৰহণ কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰিব।

১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 16th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ধাৰত দুপৰীয়া প্ৰায় ১২ বজাত ‘স্বস্থ নাৰী সশক্ত পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰিব। তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব।

ডেৰাডুন ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, উত্তৰাখণ্ডৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে পৰ্যালোচনা বৈঠক

September 11th, 06:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে পঞ্জাৱৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে

September 09th, 05:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱ ভ্ৰমণেৰে ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিলে নামিবিয়াৰ ৰাষ্ট্ৰপতিক

July 09th, 07:55 pm

নামিবিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উইণ্ডহ’কৰ ষ্টেট হাউছত নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ড০ নেটুম্বো নন্দি-নদৈতৱাহক সাক্ষাৎ কৰে। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে উষ্ম আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ২৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নামিবিয়া ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে এইবাৰেই প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

April 21st, 08:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি মাননীয় জে ডি ভেন্সৰ সৈতে দেশখনৰ দ্বিতীয় মহিলা শ্ৰীমতী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্যসকলৰে মিলিত হয়।