উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:15 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:12 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু চি যোচেফ বিজয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:10 pm
তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্থ ৰেড্ডীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:08 pm
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:06 pm
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ডি কে শিৱকুমাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে শ্ৰী ডি কে শিৱকুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 03rd, 06:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ডি কে শিৱকুমাৰক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালৰ বাবে শুভকামনা জনায়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে কেন্দ্ৰই জনসাধাৰণৰ কল্যাণৰ বাবে কৰ্ণাটক চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে
June 01st, 06:52 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
May 28th, 01:59 pm
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ
May 27th, 06:09 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু চি যোচেফ বিজয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে
May 26th, 06:59 pm
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেৰলমৰ মুখ্যমন্ত্ৰীৰ
May 26th, 12:39 pm
কেৰলমৰ মুখ্যমন্ত্ৰী শ্ৰী ভি ডি সতীশনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ
May 25th, 06:02 pm
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে
May 22nd, 05:47 pm
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
May 19th, 01:31 pm
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মেজৰ জেনেৰেল খাণ্ডুৰীয়ে সশস্ত্ৰ বাহিনীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে অমূল্য অৱদান আগবঢ়াই গৈছে, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত উত্তৰাখণ্ডৰ উন্নয়নৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ ওপৰত আলোকপাত কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল প্ৰকৃততে অনুপ্ৰেৰণাদায়ক বুলি বৰ্ণনা কৰে। তেওঁ লগতে সমগ্ৰ দেশতে যোগাযোগ উন্নত কৰাৰ দিশত তেওঁৰ অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰে।কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভি ডি সতীশনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 18th, 02:49 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভি ডি সতীশনক অভিনন্দন জ্ঞাপন কৰে।অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদত সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
May 10th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা থিৰু চি যোচেফ বিজয়ক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
May 10th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু চি যোচেফ বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী শুভেন্দু অধিকাৰীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
May 09th, 02:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শুভেন্দু অধিকাৰীক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।বিহাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
April 21st, 08:32 pm
বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়
April 19th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়।