শ্ৰীমতী চেন্নাম্মা জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 18th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী দেৱে গৌড়া জীৰ পত্নী শ্ৰীমতী চেন্নাম্মা জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰীমতী চেন্নাম্মা জী সমাজ সেৱাৰ প্ৰতি তেওঁৰ নম্রতা আৰু আগ্ৰহৰ বাবে প্ৰশংসিত হৈছিল।