Cabinet approves scheme of Chemical Parks “Bharat Audyogik Vikas Yojana Rasayan (BHAVYA Rasayan)
July 24th, 04:12 pm
The Union Cabinet, chaired by PM Modi, has approved the BHAVYA - Rasayan Scheme for establishing three dedicated Chemical Parks at a cost of ₹3,030 crore. The scheme, which will run for five years from FY 2026-27 to FY 2030-31, will lead to a cascading effect through enhanced development of downstream sectors of the economy, thereby generating higher employment and promoting greater economic growth, helping achieve the goal of Viksit Bharat @ 2047.পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 19th, 11:54 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।কেবিনেটে সমগ্ৰ উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ১৫খন জিলা সামৰি দুটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনাইছে, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৬০১ কিলোমিটাৰ বৃদ্ধি পাইছে
April 18th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰেল মন্ত্ৰালয়ৰ ২টা প্ৰকল্পত মুঠ ২৪,৮১৫ কোটি (প্ৰায়) টকা ব্যয় সাপেক্ষে অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত চলি থকা পশ্চিম এছিয়া সংঘাতৰ প্ৰেক্ষাপটত প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়।গুৱাহাটী, অসমত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 13th, 05:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, উপস্থিত থকা ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, জনসাধাৰণৰ প্ৰতিনিধি, সমগ্ৰ দেশৰ পৰা প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত আমাৰ সকলো কৃষক সঙ্গী, চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকল, মই দেখিছোঁ যে আজি আমাৰ কেইবাজনো জ্যেষ্ঠ মুখ্যমন্ত্ৰীয়েও দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে জড়িত হৈ আছে, সকলোকে মোৰ শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰি দেশৰ কোটি কোটি কৃষকক ১৮,০০০ কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰিলে
March 13th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো সৌভাগ্যৰ কথা।বিকশিত Bharat@2047 : যুৱকণ্ঠৰ শুভাৰম্ভণি অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 11th, 10:35 am
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী ধৰ্মেন্দ্ৰ প্ৰধানজী, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাক সহযোগ কৰা ৰাজ্যপাল, শিক্ষা জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন প্ৰধানমন্ত্ৰীৰ
December 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপৰ আৰম্ভণি উপলক্ষে সমগ্ৰ দেশৰ ৰাজভৱনত আয়োজন কৰা কৰ্মশালাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰতিষ্ঠানৰ মুৰব্বী আৰু অধ্যাপক সদস্যসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷মহাৰাষ্ট্ৰত ৫১১ টা প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 19th, 05:00 pm
পৱিত্ৰ নৱৰাত্ৰি চলি আছে। আজি মাৰ পঞ্চম ৰূপ, স্কন্দমাতাৰ উপাসনাৰ দিন। প্ৰতিগৰাকী মাতৃয়ে ইচ্ছা কৰে যে তেওঁৰ সন্তানে সুখ আৰু সফলতা লাভ কৰক। সুখ আৰু সফলতাৰ এই প্ৰাপ্তি কেৱল শিক্ষা আৰু দক্ষতাৰ জৰিয়তেহে সম্ভৱ। এনে এক পৱিত্ৰ সময়ত, মহাৰাষ্ট্ৰৰ আমাৰ পুত্ৰ আৰু কন্যাসকলৰ দক্ষতা বিকাশৰ বাবে ইমান ডাঙৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু মোৰ সন্মুখত বহি থকা লাখ লাখ যুৱক-যুৱতী, আৰু যিসকলে এই দক্ষতা বিকাশৰ পথত আগবাঢ়ি যাবলৈ দৃঢ় সংকল্প লৈছে, মই নিশ্চয় ক'ব লাগিব যে আজিৰ এই ৰাতিপুৱা তেওঁলোকৰ জীৱনত মংগল প্ৰভাত হৈ পৰিছে। মহাৰাষ্ট্ৰত ৫১১ টা গ্ৰাম্য কৌশল্য বিকাশ কেন্দ্ৰ স্থাপন হবলৈ গৈ আছে।মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে
October 19th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে। মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপিত এই কেন্দ্ৰসমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব।ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰীয়া উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
September 27th, 11:00 am
মঞ্চত বহি থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মহোদয়, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সহযোগী শ্ৰীযুত চি.আৰ.পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, উদ্যোগ জগতৰ সকলো জ্যেষ্ঠ সহকৰ্মী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ইয়াত উপস্থিত মোৰ পৰিয়ালৰ সকলো সদস্য।ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
September 27th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ ছায়েন্স চিটিত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে। ২০ বছৰ পূৰ্বে ২০০৩ৰ ২৮ ছেপ্টেম্বৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছিল। সময়ৰ লগে-লগে এই সন্মিলন প্ৰকৃততে এক বৈশ্বিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল, ভাৰতৰ অন্যতম প্ৰধান ব্যৱসায়িক সন্মিলনৰ মৰ্য্যাদা লাভ কৰিছিল।বিশ্ব পৰিৱেশ দিৱস, ২০২৩ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
June 05th, 03:00 pm
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে, দেশ তথা বিশ্বৰ জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ এই বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ অভিযান৷ মই সুখী অনুভৱ কৰিছো যে যিটো কথা বিশ্বই আজি কৰিছে, সেই দিশত ভাৰতে বিগচ ৪-৫ বছৰৰ পৰা একেৰাহে কৰি আছে৷ ২০১৮ চনতে ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে দুটা পৰ্যায়ত কাম আৰম্ভ কৰিছিল৷ আমি এফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছো আৰু আনফালে প্লাষ্টিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণক বাধ্যাতামুলক কৰিছো৷ সেইবাবে ভাৰতত প্ৰায় ৩০লাখ টন প্লাষ্টিক পেকেজিংৰ ৰিচাক্লিং বাধ্যতামুলক হৈছে৷ এয়া ভাৰতত উৎপাদন হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৭৫%৷ বৰ্তমান ইয়াৰ আওতাত প্ৰায় ১০হাজাৰ উৎপাদক, আমদানিকাৰক আৰু ব্ৰেণ্ডৰ স্বত্তাধিকাৰী আছিল৷বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বৈঠক
June 05th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভাষণ আগবঢ়ায়৷১৮খন ৰাজ্য আৰু ২টা কেন্দ্ৰ শাসিত অঞ্চলত ৯১টা এফ এম ট্ৰেন্সমিটাৰৰ উদ্বোধনী অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 28th, 10:50 am
আজিৰ এই কাৰ্যক্ৰমত পদ্ম সন্মান পোৱা অনেক ব্যক্তিত্বও আমাৰ সৈতে সংযুক্ত আছে। মই তেওঁলোককো আদৰণি জনাইছো, অভিনন্দন জনাইছো। আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ এফ এম সেৱাৰ এই সম্প্ৰসাৰণ অল ইণ্ডিয়া এফ এম হোৱাৰ দিশত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। অল ইণ্ডিয়া ৰেডিঅ'ৰ ৯১ এফ এম ট্ৰেন্সমিটাৰৰ এই আৰম্ভণি দেশৰ ৮৫খন জিলাৰ ২ কোটি মানুহৰ বাবে উপহাৰ স্বৰূপ। একপ্ৰকাৰে এই আয়োজনত ভাৰতৰ বিবিধতা আৰু বেলেগ বেলেগ ৰঙৰ এটা ৰেঙনিও। যিসমূহ জিলাক সামৰি লোৱা হৈছে তাত এস্পিৰেচনেল ডিষ্ট্ৰিক্ট, এস্পিৰেচনেল ব্লক তেওঁলোকেও এই সেৱাৰ লাভ পাই আছে। মই অল ইণ্ডিয়া ৰেডিঅ'ক এই প্ৰাপ্তিৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। ইয়াৰ যথেষ্ট লাভ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাতৃ ভগ্নীসকলৰ হ'ব, যুৱক-যুৱতী মিত্ৰসকলৰ হ'ব। ইয়াৰ বাবে তেওঁলোকক মই বিশেষভাৱে অভিনন্দন জনাইছো।দেশত ‘এফএম’-ৰ সংযোগ বৃদ্ধিৰ বাবে ৯১ টা নতুন ‘১০০ ৱাট এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটা’ৰ উদ্বোধন কৰে। এই উদ্বোধনে দেশৰ ৰেডিঅ' সংযোগক আৰু অধিক উৎসাহিত কৰিব।Congress continues to ignore the contributions of the great Sardar Patel: PM Modi in Sojitra
December 02nd, 12:25 pm
PM Modi called out the fallacies of the Congress for piding Gujarat based on caste and throwing the state into turmoil. The PM further added that the Congress continues to ignore the contributions of the great Sardar Patel till this date and targeted them for not paying their respects at the Statue of Unity.