কথাকলি বিশেষজ্ঞ গুৰু চেমেনছড়ি কুনিৰমণ নায়াৰৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শো

March 15th, 05:02 pm

কথাকলি বিশেষজ্ঞ গুৰু চেমেনছড়ি কুনিৰমণ নায়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।