চৌধৰী অজিত সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 06th, 10:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চৌধৰী অজিত সিং জীৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।