শ্ৰী কেদাৰনাথ ধামৰ উদ্বোধন তথা চাৰিধাম যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

April 22nd, 11:28 am

এই বছৰৰ চাৰিধাম যাত্ৰাৰ আৰম্ভণি উপলক্ষে দেৱভূমি উত্তৰাখণ্ডত শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পবিত্ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাৰ বাবে উত্তৰাখণ্ড ভ্ৰমণ কৰা সকলো ভক্তক সম্বোধন কৰি এখন পত্ৰৰ জৰিয়তে তেওঁৰ আন্তৰিক অনুভূতি বিনিময় কৰাৰ লগতে তেওঁলোকৰ কল্যাণৰ বাবে শুভেচ্ছা আৰু প্ৰাৰ্থনা জনায়।

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 12th, 12:30 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

২৬.০৬.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

June 26th, 11:30 am

বন্ধুসকল, ইন-স্পেচৰ ভিতৰত অনুষ্ঠিত অনুষ্ঠানটোত, মই মেহছানাৰ বিদ্যালয়ৰ ছাত্ৰী কন্যা তানভি পেটেলকো লগ পাইছিলো। তেওঁ এটা অতি সৰু উপগ্ৰহৰ ওপৰত কাম কৰি আছে, যিটো অহা কেইমাহমানৰ ভিতৰত মহাকাশলৈ উৎক্ষেপণ কৰা হ'ব। তানভিয়ে মোক গুজৰাটীত তাইৰ কামৰ বিষয়ে খুব সহজভাৱে বৰ্ণনা কৰিছিল। তানভিৰ দৰে দেশৰ প্ৰায় ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অমৃত মহোৎসৱত এনে ৭৫ টা উপগ্ৰহৰ ওপৰত কাম কৰি আছে, আৰু লগতে আনন্দৰ বিষয় যে, এই শিক্ষাৰ্থীসকলৰ বেছিভাগেই দেশৰ সৰু চহৰৰ।