The party governing Punjab today has neither clean intentions nor honesty: PM Modi in Jalandhar

July 17th, 04:31 pm

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

PM addresses an energy-packed public rally in Jalandhar, Punjab

July 17th, 04:30 pm

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

চণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 17th, 02:08 pm

চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়

July 17th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।

১৭ জুলাইত প্ৰধানমন্ত্ৰীৰ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ

July 15th, 06:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুলাইত হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দ ৰে’ল ষ্টেচনত জিন্দ আৰু সোণেপটৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ ফ্লেগ অফ কৰিব। প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত প্ৰায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমৱেত ৰাইজকো সম্বোধন কৰিব।

২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 19th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 14th, 11:00 am

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore

April 14th, 10:16 am

PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.

“তিনি নতুন অপৰাধমূলক আইন”ৰ সফল ৰূপায়ণৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

December 03rd, 12:15 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰীমান অমিত শ্বাহ, চণ্ডীগড়ৰ প্ৰশাসক শ্ৰী গুলাবচন্দ কটাৰিয়া জী, মোৰ সতীৰ্থ ৰাজ্যসভাৰ সাংসদ সতনাম সিং সন্ধু জী, উপস্থিত থকা অন্যান্য জনপ্ৰতিনিধিসকল আৰু ভদ্ৰমহিলাসকল। চণ্ডীগড়লৈ আহি মোৰ নিজৰ মানুহৰ মাজলৈ অহা যেন লাগে। চণ্ডীগড়ৰ পৰিচয় শক্তি-স্বৰূপ মা চণ্ডিকা নামৰ সৈতে জড়িত। মা চণ্ডী মানে সেই ক্ষমতাৰ ৰূপ যিয়ে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰে। এই আৱেগেই ভাৰতীয় ন্যায় সংহিতা আৰু অসামৰিক প্ৰতিৰক্ষা সংহিতাৰ সমগ্ৰ খচৰাৰো আধাৰ। যি সময়ত দেশখন উন্নত ভাৰতৰ সংকল্প লৈ আগবাঢ়িছে, যেতিয়া সংবিধানৰ ৭৫ বছৰ হ’ল...তেতিয়া, সংবিধানৰ মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতীয় ন্যায়িক সংহিতাৰ আৰম্ভণি, ইয়াৰ কাৰ্যকৰী হোৱা এটা ডাঙৰ আৰম্ভণি। দেশৰ নাগৰিকৰ বাবে আমাৰ সংবিধানে কল্পনা কৰা আদৰ্শ পূৰণৰ দিশত এয়া এক সুনিৰ্দিষ্ট প্ৰচেষ্টা।মই মাত্ৰ এই আইনবোৰ কেনেকৈ কাৰ্যকৰী হ’ব তাৰ লাইভ ডেমো চাই আছিলো।আৰু ইয়াত থকা সকলোকে সময় উলিয়াই এই Live Demo চাবলৈও আহ্বান জনাইছো। আইনৰ ছাত্ৰ-ছাত্ৰীয়ে চাব লাগে, বাৰ (Bar) বন্ধুসকলে চাব লাগে, ন্যায়পালিকাৰ বন্ধুসকলেও সুবিধা উলিয়াই চাব লাগে। এই উপলক্ষে ভাৰতীয় ন্যায়িক সংহিতা আৰু দেৱানী সংহিতা ৰূপায়ণৰ বাবে সমূহ দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু চণ্ডীগড় প্ৰশাসনৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন নতুন অপৰাধমূলক আইন সফল ৰূপায়ণৰ বাবে দেশক উৎসৰ্গা কৰিছে

December 03rd, 11:47 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ামৰ সফল ৰূপায়ণৰ বাবে দেশক উৎসৰ্গা কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে চণ্ডীগড়ৰ পৰিচয় দেৱী মা চণ্ডীৰ সৈতে জড়িত, যিটো শক্তিৰ এক ৰূপ, যিয়ে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰে। তেওঁ লগতে কয় যে একেটা দৰ্শনেই ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ সমগ্ৰ গাঁথনিটোৰ আধাৰ আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংবিধানৰ মনোভাৱেৰে অনুপ্ৰাণিত ভাৰতীয় ন্যায় সংহিতাৰ কাৰ্যকৰী হোৱাটো এক প্ৰসাৰিত মুহূৰ্ত, কিয়নো দেশখন বিকশিত ভাৰতৰ সংকল্পৰ সৈতে অগ্ৰসৰ হৈছে, ইয়াৰ সমান্তৰালকৈ ভাৰতীয় সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। তেওঁ লগতে কয় যে আমাৰ সংবিধানে দেশৰ নাগৰিকৰ বাবে যি আদৰ্শ কল্পনা কৰিছিল, সেই আদৰ্শ পূৰণৰ দিশত ই এক সুনিৰ্দিষ্ট প্ৰচেষ্টা। শ্ৰী মোদীয়ে কয় যে আনকেইখন কেনেদৰে বলবৎ হ’ব ইয়াৰ এটা লাইভ প্ৰদৰ্শনেৰে তেওঁ মাত্ৰ তাৰ আভাস পাইছে। প্ৰধানমন্ত্ৰীয়ে ৰাইজক আইনসমূহৰ লাইভ ডেমো চাবলৈ আহ্বান জনায়। তিনিখন নতুন ফৌজদাৰী আইন সফল ৰূপায়ণ উপলক্ষে সকলো নাগৰিকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। লগতে চণ্ডীগড় প্ৰশাসনৰ সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে।

চণ্ডীগড়ত তিনিখন নতুন অপৰাধমূলক আইন সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

December 02nd, 07:05 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২৪ৰ দুপৰীয়া ১২ বজাত চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন–ভাৰতীয় ন্যায়িক সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম–সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে এনডিএৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অধ্যক্ষতা কৰে

October 17th, 09:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনডিএৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ ৰাষ্ট্ৰীয় প্ৰগতি আগুৱাই নিয়াৰ লগতে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক সবলীকৰণৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ পাঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকৰ

June 26th, 12:22 pm

পাঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক শ্ৰী বানৱাৰীলাল পুৰোহিতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

Congress has not yet arrived in the 21st century: PM Modi in Mandi, HP

May 24th, 10:15 am

Addressing his second public meeting in Mandi, Himachal Pradesh, PM Modi spoke about the aspirations of the youth and the importance of women's empowerment. He stressed the need for inclusive development and equal opportunities for all citizens.

PM Modi addresses public meetings in Shimla & Mandi, Himachal Pradesh

May 24th, 09:30 am

Prime Minister Narendra Modi addressed vibrant public meetings in Shimla and Mandi, Himachal Pradesh, invoking nostalgia and a forward-looking vision for Himachal Pradesh. The Prime Minister emphasized his longstanding connection with the state and its people, reiterating his commitment to their development and well-being.

গুজৰাটৰ আহমেদাবাদত উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপন/উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 12th, 10:00 am

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰত জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল জী, মোৰ কেবিনেট সহযোগী ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, মোৰ সহযোগী সাংসদ আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী চি.আৰ পাটিলৰ লগতে দেশৰ বিভিন্ন স্থাপন পৰা সংযোগ স্থাপন কৰা ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, মন্ত্ৰীসকল আৰু মই মোৰ সন্মুখত পৰ্দাত দেখিছো আজি ৭০০তকৈ অধিক ঠাইত স্থানীয় সাংসদগৰাকীৰ নেতৃত্বত, তাত থকা মন্ত্ৰীৰ নেতৃত্বত লাখ লাখ লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়তো ৰে’লৱেৰ ইতিহাসত ভাৰতৰ চুক-কোণে একেলগে ইমান ডাঙৰ কাৰ্যসূচী কেতিয়াও হোৱা নাই। ১০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী অনুষ্ঠিত হৈছে। লগতে এই মহান অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে ৰে’লৱেক অভিনন্দন জনাইছো।

গুজৰাটৰ আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 12th, 09:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ‘সমৰ্পিত ফ্ৰেইট কৰিডৰৰ অভিযান’ৰ নিয়ন্ত্ৰণ কেন্দ্ৰত ১,০৬,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে'ল আন্তঃগাঁথনি, যোগাযোগ আৰু পেট্ৰ'কেমিকেলকে ধৰি একাধিক খণ্ডক সামৰি লৈছে। তেওঁ ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰো শুভাৰম্ভ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ ট্ৰেন্সজেণ্ডাৰ হিতাধিকাৰীৰ অনন্য মনোভাবৰ প্ৰশংসা কৰে

December 09th, 02:40 pm

চণ্ডীগড়ৰ এগৰাকী ট্ৰেন্সজেণ্ডাৰ ভিবিএছৱাই হিতাধিকাৰী শ্ৰীমতী ম'না যি মূলতঃ ঝাৰখণ্ডৰ ৰাঞ্চিৰ বাসিন্দা, তেওঁ প্ৰধানমন্ত্ৰীক কয় যে চণ্ডীগড়ত তেওঁ এখন চাহ দোকানৰ গৰাকী যি সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলে।

ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 30th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷