প্ৰাক্তন সাংসদ তথা সাংবাদিক শ্ৰী চন্দন মিত্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

September 02nd, 09:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাংবাদিক শ্ৰী চন্দন মিত্ৰ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াত মিত্ৰক তেওঁৰ বুদ্ধিমত্তা আৰু অন্তৰ্দৃষ্টিৰ বাবে সদায় স্মৰণ কৰিব৷