ৰূপৰ পদক অৰ্জন কৰা লন বলৰ পুৰুষৰ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 06th, 10:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম চিডব্লিউজি, ২০২২ ত ৰূপৰ পদক অৰ্জন কৰা লন বলৰ পুৰুষৰ দলৰ খেলুৱৈ সুনীল বাহাদুৰ, নৱনীত সিং, চন্দন কুমাৰ সিং আৰু দীনেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰিছে।