বাদ্ৰাডৰ অত্যাধূনিক শাক-পাচলি বিক্ৰী কেন্দ্ৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদী, ইজৰাইলী প্ৰধানমন্ত্ৰী নেতান্যাহুৰ

January 17th, 05:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে আজি গুজৰাটৰ সবৰকান্তা জিলাৰ বাদ্ৰাডৰ এটা অত্যাধূনিক শাক-পাচলি বিক্ৰী কেন্দ্ৰ পৰিদৰ্শন কৰে।