খাজুৰাহো, মধ্য প্ৰদেশত কেন-বেতোৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 25th, 01:00 pm
বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।PM Modi lays foundation stone of Ken-Betwa River Linking National Project in Khajuraho, Madhya Pradesh
December 25th, 12:30 pm
PM Modi inaugurated and laid the foundation stone of multiple development projects in Khajuraho. Highlighting that Shri Vajpayee's government in the past had seriously begun addressing water-related challenges, but were sidelined after 2004, the PM stressed that his government was now accelerating the campaign to link rivers across the country. He added that the Ken-Betwa Link Project is about to become a reality, opening new doors of prosperity in the Bundelkhand region.প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় চাকৰি মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নৱনিযুক্ত কৰ্মচাৰীসকলক প্ৰায় ৭১,০০০ খন নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় চাকৰি মেলাত ভাষণ প্ৰদান কৰে আৰু বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নতুনকৈ নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে।ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 16th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ আগবঢ়োৱাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে।নতুন দিল্লীত অনুষ্ঠিত ইক’নমিক টাইমছ গ্ল’বেল বিজনেছ ছামিট ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
February 17th, 08:59 pm
টাইমছ গ্ৰুপৰ শ্ৰী সমীৰ জৈন আৰু শ্ৰী বিনীত জৈন, গ্ল'বেল বিজনেছ ছামিটত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তি, উদ্যোগ জগতৰ সহকৰ্মী, চিইঅ', শিক্ষাবিদ, সংবাদ মাধ্যমৰ বন্ধুসকল, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!প্ৰধানমন্ত্ৰীয়ে দিল্লীত ইকনমিক টাইমছ গ্লোবেল বিজনেছ ছামিটত ভাষণ দিয়ে
February 17th, 08:02 pm
উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তিনি বছৰৰ আগতে যেতিয়া তেওঁ ইটি গ্লোবেল বিজনেছ ছামিটলৈ আহিছিল, তেতিয়াৰ পৰা এতিয়ালৈকে বহুত পৰিৱৰ্তন হৈছে। তেওঁ স্মৰণ কৰে যে যোৱা ছামিটৰ তিনি দিনৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই কোভিডক মহামাৰী ঘোষিত কৰিছিল আৰু সমগ্ৰ পৃথিৱী তথা ভাৰতত দ্ৰুতগতিত গভীৰ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছিল।২৮.০২.২০২১ তাৰিখে ‘মন কী বাত ২.০’ৰ ২১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 28th, 11:00 am
During Mann Ki Baat, PM Modi, while highlighting the innovative spirit among the country's youth to become self-reliant, said, Aatmanirbhar Bharat has become a national spirit. PM Modi praised efforts of inpiduals from across the country for their innovations, plantation and biopersity conservation in Assam. He also shared a unique sports commentary in Sanskrit.PM holds meeting with CMs of six States to review the flood situation
August 10th, 03:30 pm
Prime Minister Shri Narendra held a meeting today through video conference with Chief Ministers of six States, namely Assam, Bihar, Uttar Pradesh, Maharashtra, Karnataka and Kerala,to review their preparedness to deal with south-west monsoon and current flood situation in the country.The meeting was also attended by Defence Minister, Health Minister, both the Minister of State in Home Affairs, and senior officers of the concerned central Ministries and organizations.