কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 10th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো জোৱানক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকৰ সংকল্প, অনুশাসন আৰু নিষ্ঠাৰ বাবে পৰিচিত চিআইএছএফে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিয়ে ভাৰতৰ সুৰক্ষা আৰু প্ৰগতিৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছে, শ্ৰী মোদীয়ে কয়।Under Rozgar Mela, PM to distribute over 51,000 appointment letters to newly inducted recruits
August 27th, 07:08 pm
PM Modi will distribute more than 51,000 appointment letters to newly inducted recruits on 28th August, 2023 at 10:30 AM via video conferencing. The Rozgar Mela is expected to act as a catalyst in further employment generation and provide meaningful opportunities to the youth for their empowerment and participation in national development.চিআইএছএফৰ জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 10th, 08:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।