পশ্চিমবংগ দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন, স্মৰণ কৰিলে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদানৰ কথা
June 20th, 08:30 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ ৰাইজক পশ্চিমবংগ দিৱস উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।Cabinet approves construction of new Central Government General Pool Office Accommodation in Amaravati, Andhra Pradesh
June 10th, 01:52 pm
The Cabinet has approved the construction of the Central Government General Pool Office Accommodation (CGGPOA) in Amaravati, Andhra Pradesh. Built across 5.53 acres at an estimated cost of over ₹1,299.08 crore, the green-rated office complex will accommodate around 8,000 officials and staff members, enhance coordination among Central Government departments, provide modern civic amenities and generate significant employment opportunities.কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভি ডি সতীশনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 18th, 02:49 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভি ডি সতীশনক অভিনন্দন জ্ঞাপন কৰে।ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 16th, 01:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰেছ ছিকিমে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চলিত বৰ্ষত ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ উন্নয়ন যাত্ৰাত ছিকিমৰ অৱদান অত্যন্ত মূল্যৱান আৰু শলাগিবলগীয়া ।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা থিৰু চি যোচেফ বিজয়ক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
May 10th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু চি যোচেফ বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়।কেবিনেটে ০১.০১.২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ডিয়াৰনেছ ভাট্টা আৰু পেঞ্চনাৰসকলক ডিয়াৰনেছ ৰিলিফ (ডি আৰ)ৰ অতিৰিক্ত কিস্তিত অনুমোদন জনায়
April 18th, 03:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু পেঞ্চনাৰসকলক ডিয়াৰনেছ ৰিলিফ (ডি আৰ)ৰ অতিৰিক্ত কিস্তি প্ৰদান কৰিবলৈ অনুমোদন জনাইছে। এয়া ০১.০১.২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। ই মূল্যবৃদ্ধিৰ ক্ষতিপূৰণ দিবলৈ, মূল দৰমহা/পেঞ্চনৰ ৫৮% বৰ্তমানৰ হাৰৰ তুলনাত ২% বৃদ্ধিক প্ৰতিনিধিত্ব কৰে।পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 14th, 02:15 pm
ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,পশ্চিমবংগৰ কলকাতাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে
March 14th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:15 pm
মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপনেৰে হাডোটি অঞ্চলৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।Cabinet approves Minimum Support Prices for Raw Jute for 2026-27 Season
February 24th, 04:10 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the Minimum Support Price (MSP) for Raw Jute for the 2026-27 marketing season. In line with the Budget 2018-19 announcement, the MSP of Raw Jute (TD-3 grade) has been fixed at Rs. 5,925 per quintal for the 2026-27 season, an increase of Rs. 275 per quintal over the previous marketing season 2025-26.‘কেৰালা’ৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাত কেবিনেটৰ অনুমোদন
February 24th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি 'কেৰালা' ৰ নাম 'কেৰালাম'লৈ সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।ভাৰত চৰকাৰৰ সচিবসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী মোদীৰ
May 08th, 02:17 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকলৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় শেহতীয়া ঘটনাৱলীক লৈ ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সমন্বয় সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে আজি এখন বৈঠকত অধ্যক্ষতা কৰে।প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন ৰূপায়ণৰ বাবে দিল্লী চৰকাৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
April 11th, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম)ৰ ৰূপায়ণ আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰাৰ বাবে দিল্লী চৰকাৰক প্ৰশংসা কৰে।চন্দ্ৰ আৰু মংগল গ্ৰহৰ পিছত ভাৰতে শুক্ৰ গ্ৰহৰ সন্দৰ্ভত বিজ্ঞানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে
September 18th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভেনাছ অৰ্বিটাৰ মিছন (VOM)ৰ বিকাশক অনুমোদন জনাইছে, যিটো চন্দ্ৰ আৰু মংগল গ্ৰহৰ বাহিৰত শুক্ৰ গ্ৰহৰ অন্বেষণ আৰু অধ্যয়নৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু পৃথিৱীৰ দৰেই একে পৰিস্থিতিত গঠন হোৱা বুলি বিশ্বাস কৰা হয়, ই এই কথা বুজিবলৈ এক অনন্য সুযোগ প্ৰদান কৰে যে গ্ৰহবিলাকৰ বায়ুমণ্ডল কেনেকৈ একেবাৰে বেলেগ ধৰণে বিকশিত হ’ব পাৰে।পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিত্বক মনোনীত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 09th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি সকলোৱে কেৰালাৰ জনসাধাৰণৰ কাষত থিয় দিছোঁ
August 10th, 10:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰই ভূমিস্খলন প্ৰভাৱিত ৱায়ানাড়ক সকলো ধৰণৰ সাহায্য আগবঢ়াব। ‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয় যে ৱায়ানাড়ত হোৱা ভূমিস্খলনে আমাৰ সকলোকে দুখিত কৰিছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা মই পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগী লোকসকলক সহায় কৰিবলৈ সকলো সাধন সংগঠিত কৰিছে। আজি, মই তালৈ গৈ পৰিস্থিতি পৰ্যালোচনা কৰিলোঁ। মই আকাশমাৰ্গেৰে অঞ্চলটোৰ পৰিস্থিতি অধ্যয়নৰো প্ৰয়াস কৰিছিলো।কেৰালাৰ ৱায়ানাডৰ ভূমিস্খলন প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ অন্তত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ
August 10th, 07:40 pm
যেতিয়াৰে পৰা মই এই দুৰ্যোগৰ বিষয়ে জানিব পাৰিছিঁলো, মই নিৰন্তৰ যোগাযোগত আছোঁ আৰু পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ সকলো সংশ্লিষ্ট বিভাগক পলম নকৰাকৈ একত্ৰিত কৰাটো অতি প্ৰয়োজনীয়, আৰু এই প্ৰলয়ংকৰী ঘটনাৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলক সহায় কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টাত একত্ৰিত হোৱাটো অতি প্ৰয়োজনীয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনাৰে উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে
August 10th, 07:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনা আৰু উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। তেখেতে কয় যে কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰখনৰ কাষত থিয় দিছে। আজি কেৰালাৰ ৱায়ানাডত আকাশ-মাৰ্গেৰে পৰ্য্যবেক্ষণৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমিস্খলন-প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শনেৰে পৰিস্থিতিৰ বুজ লয়।