সমাজৰ প্ৰতি পোপ ফ্ৰান্সিছৰ সেৱাক বিশ্বই সদায় মনত ৰাখিব: প্ৰধানমন্ত্ৰী
April 26th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি জীয়ে ভাৰতবাসীৰ হৈ পৰম পৱিত্ৰ পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জনাইছে। পোপ ফ্ৰান্সিছৰ সমাজৰ প্ৰতি কৰা সেৱা বিশ্বই সদায় মনত ৰাখিব, শ্ৰী মোদীয়ে লগতে কয়।পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 21st, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে। তেখেতে তেওঁক সহানুভূতি, নম্ৰতা আৰু আধ্যাত্মিক মনোবলৰ আলোক বুলি প্ৰশংসা কৰে।The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme
December 23rd, 09:24 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 23rd, 09:11 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ সঁজাতি দলৰ
July 12th, 09:53 pm
কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ সঁজাতি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷