
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।
‘ইউএই’-ৰ আবু ধাবিত ‘আহলান মোদী’ অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 11:19 pm
আপোনালোকে আবু ধাবিত আজি এক নতুন ইতিহাস ৰচনা কৰিলে। আপোনালোক ‘ইউএই’-ৰ প্ৰতিটো কোণৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে, কিন্তু সকলোৰে সৈতে সকলোৰে হৃদয় সংযুক্ত হৈ আছে। এইখন ঐতিহাসিক ষ্টেডিয়ামৰ প্ৰতিটো স্পন্দনs কৈছে– ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো উশাহে কৈ আছে- ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো কণ্ঠই কৈছে ‘ভাৰত- ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! আৰুনো কি লাগিছে... এইটো মুহূৰ্ত হৃদয়ংগম কৰক... হেঁপাহ পলুৱাই অনুভৱ কৰক। আজি আপোনালোকে স্মৃতিৰ প্ৰতিটো মুহূৰ্ত হৃদয়ত সঞ্চিত কৰি লওক, যিবোৰ স্মৃতি আপোনালোকৰ সৈতে আজীৱন ৰৈ যাব। যিবোৰ স্মৃতি মোৰ সৈতেও সমগ্ৰ জীৱন থাকি যাব।ইউনাইটেড আৰব এমিৰেটত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম - "আহলান মোদী"ত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
February 13th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমীৰশ্বাহীত তেওঁৰ সন্মানত আয়োজিত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম ‘আহলান মোদী’ অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত ৭খন আমীৰাটৰ পৰা ভাৰতীয় প্ৰবাসী লোকে অংশগ্ৰহণ কৰে আৰু ইয়াত সকলো সম্প্ৰদায়ৰ ভাৰতীয় লোকে অংশগ্ৰহণ কৰে। দৰ্শকৰ মাজত আমীৰাটীসকলো অন্তৰ্ভুক্ত আছিল।Prime Minister’s meeting with President of the UAE
February 13th, 05:33 pm
Prime Minister Narendra Modi arrived in Abu Dhabi on an official visit to the UAE. In a special and warm gesture, he was received at the airport by the President of the UAE His Highness Sheikh Mohamed bin Zayed Al Nahyan, and thereafter, accorded a ceremonial welcome. The two leaders held one-on-one and delegation level talks. They reviewed the bilateral partnership and discussed new areas of cooperation.শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱা আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
February 12th, 01:30 pm
মহামহিম ৰাষ্ট্ৰপতি ৰনীল ৱিক্ৰমসিংহ ডাঙৰীয়া, মহামহিম প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ ডাঙৰীয়া, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ ডাঙৰীয়া, শ্ৰীলংকা, মৰিচাছ আৰু ভাৰতৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰসকল আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ সকলো সন্মানীয় অংশগ্ৰহণকাৰী!প্ৰধানমন্ত্ৰীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে ইউপিআই সেৱা শুভাৰম্ভ কৰে
February 12th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী ৰনিল বিক্রমসিংহ আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰীপ্রবিন্দ জগন্নাথৰ সৈতে যৌথভাৱে শ্ৰীলংকা আৰু মৰিছাছত ইউনিফাইড পেমেন্ট ইন্টাৰফেচ (UPI) সেৱাৰলগতে মৰিছাছত ৰুপেকাৰ্ড সেৱাৰ শুভাৰম্ভণি কৰে।Institutions acting against the corrupt and corruption have no need to be defensive: PM Modi
November 03rd, 01:29 pm
PM Modi addressed the programme marking Vigilance Awareness Week of Central Vigilance Commission. The Prime Minister stressed the need to bring in common citizens in the work of keeping a vigil over corruption. No matter how powerful the corrupt may be, they should not be saved under any circumstances, he said.PM addresses programme marking Vigilance Awareness Week in New Delhi
November 03rd, 01:18 pm
PM Modi addressed the programme marking Vigilance Awareness Week of Central Vigilance Commission. The Prime Minister stressed the need to bring in common citizens in the work of keeping a vigil over corruption. No matter how powerful the corrupt may be, they should not be saved under any circumstances, he said.২আগষ্টত ‘ডিজিটেল পৰিশোধ সমাধান’ ‘ই-ৰুপি’-ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 31st, 08:24 pm
অহা ২আগষ্ট ২০২১ৰ বিয়লি ৪.৩০বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যস্থাৰে এক ব্যক্তি আৰু উদ্দেশ্যবিশিষ্ট ‘ডিজিটেল পৰিশোধ সমাধান’ ‘ই-ৰুপি’-ৰ শুভাৰম্ভ ঘোষণা কৰিব।নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 17th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 17th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
February 08th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 08th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 19th, 11:11 am
কৰ্ণাটকৰ ৰাজ্যপাল আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ শ্ৰী বজু ভাই ৱালা মহোদয়, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী ড০ চি এন অক্ষথ নাৰায়ণ মহোদয়, মহীশূৰ বিশ্ববিদ্যালয়ৰ কুলপতি অধ্যাপক হেমন্ত কুমাৰ মহোদয়, এই কাৰ্যসূচীত উপস্থিত সকলো শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল৷ পোন প্ৰথমে আপোনালোক সকলোকে ‘মহীশূৰ দশেৰা’ ,‘নাড হব্বা’ৰ অশেষ শুভেচ্ছা জনাইছো৷মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ
October 19th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠান, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়৷We've to take Indian economy out of 'command and control' and take it towards 'plug and play': PM
June 11th, 10:36 am
PM Narendra Modi addressed the Annual Plenary Session of the Indian Chamber of Commerce (ICC) via video conferencing. He said that India should convert the COVID-19 crisis into a turning point towards becoming a self-reliant nation.PM Modi addresses Annual Plenary Session of the ICC via video conferencing
June 11th, 10:35 am
PM Narendra Modi addressed the Annual Plenary Session of the Indian Chamber of Commerce (ICC) via video conferencing. He said that India should convert the COVID-19 crisis into a turning point towards becoming a self-reliant nation.কিৰ্লোস্কাৰ গ্ৰুপৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 06th, 06:33 pm
আপোনাক সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো৷ কিৰ্লোস্কাৰ গ্ৰুপৰ বাবে এয়া দুগুণ আনন্দৰ সময়৷ ৰাষ্ট্ৰ নিৰ্মাণৰ সহযোগিতাৰো এশ বছৰ পূৰ্ণ হৈছে আৰু সেইবাবে কিৰ্লোস্কাৰ গ্ৰুপক মই অভিনন্দন জনাইছো৷কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্রীৰ
January 06th, 06:32 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ প্ৰতিষ্ঠানটোৰ শতবর্ষ সম্পূৰ্ণ হোৱা উপলক্ষে এটা ডাক টিকট উন্মোচন কৰে৷ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা প্ৰয়াত লক্ষ্মণৰাও কিৰ্লোষ্কাৰৰ আত্মজীৱনীমূলক ‘যান্ত্রিক কি যাত্রা’ শীৰ্ষক গ্ৰন্থৰ হিন্দী সংস্কৰণো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে৷