ধাৰাবাহিক সামুদ্ৰিক বীমা কভাৰেজৰ সুবিধাৰ বাবে ১২,৯৮০ কোটি টকাৰ নিশ্চয়তাৰে ‘ভাৰত সামুদ্ৰিক বীমা পুল’ (বিএমআই পুল) সৃষ্টিৰ প্ৰস্তাৱত অনুমোদন জনালে কেবিনেটে

April 18th, 03:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ধাৰাবাহিক সামুদ্ৰিক বীমা কভাৰেজৰ সুবিধাৰ বাবে ১২,৯৮০ কোটি টকাৰ নিশ্চয়তাৰে ঘৰুৱা বীমা পুল অৰ্থাৎ ‘ভাৰত সামুদ্ৰিক বীমা পুল’ (বিএমআই পুল) সৃষ্টিৰ প্ৰস্তাৱত অনুমোদন জনায়। এই পুলে নিশ্চিত কৰে যে ভাৰতীয় বাণিজ্যই যিকোনো আন্তঃৰাষ্ট্ৰীয় উৎপত্তিৰ পৰা ভাৰতীয় বন্দৰলৈ মাল কঢ়িয়াই নিয়া জাহাজসমূহৰ বাবে সুলভ মূল্যৰ বীমাৰ সুবিধা অব্যাহত ৰাখিব আৰু অস্থিৰ সামুদ্ৰিক কৰিডৰত ট্ৰেনজিট কৰাৰ সময়তো সহায় কৰিব।

অসমত বিভিন্ন উন্নয়নমূলক আঁচনি মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 18th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত ‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে দুখন দলঙৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতীন গাড়কাৰী, কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবীশংকৰ প্ৰসাদ , বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, অসম আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়েও অংশগ্ৰহণ কৰে।

অসমত ‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা আৰু দুখন দলঙৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 18th, 12:30 pm