বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে ভাৰত-বেলজিয়াম যৌথ বিবৃতি
September 03rd, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
September 03rd, 01:00 pm
বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদCabinet approves 'Samudra Manthan' (National Offshore Exploration Scheme) with an outlay of Rs.84,084 crore
July 31st, 04:17 pm
The Union Cabinet chaired by PM Modi has approved 'Samudra Manthan' – the National Offshore Exploration Scheme with an approved outlay of Rs.84,084 crore for implementation up to FY 2030-31. The Scheme is expected to stimulate significant investments across the exploration and production value chain, creating long-term opportunities for industry, innovation and economic growth.থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
July 15th, 12:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বলিষ্ঠ নেতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যতিক্ৰমী ৰাজহুৱা ব্যক্তিত্ব হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে শিক্ষা, সামগ্ৰিক উন্নয়ন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ প্ৰতি থিৰু কে কামৰাজ জীৰ অটল দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।সৰ্বাত্মক উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 13th, 08:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সৰ্বাংগীন বিকাশে প্ৰতিগৰাকী নাগৰিকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন নিশ্চিত কৰাৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰগতিয়ে নতুন গতি লাভ কৰে। তেওঁ উল্লেখ কৰে যে এই অনুপ্ৰেৰণামূলক মনোভাৱেৰে দেশখনে নিজৰ সামৰ্থ্য অধিক শক্তিশালী কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে।ক্ৰীড়া সহযোগিতাৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ৰূপৰেখা
July 10th, 10:07 am
ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ সম্পৰ্কত ২০২৩ চনৰ বুজাবুজি চুক্তিৰ আধাৰত ভাৰত-অষ্ট্ৰেলিয়া ক্ৰীড়া সহযোগিতাৰ ৰূপৰেখাই আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এই আধাৰশিলা শক্তিশালী কৰাৰ বাবে ব্যৱহাৰিক, ভৱিষ্যতকেন্দ্ৰিক অগ্ৰাধিকাৰ আৰু সুযোগ নিৰ্ধাৰণ কৰিছে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ
July 09th, 12:34 pm
২০০৯ চনৰ সুৰক্ষা সম্পৰ্কীয় যুটীয়া ঘোষণা পত্ৰখন নৱীকৰণ কৰে। ই সশস্ত্ৰ বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা, ক্ষমতা বৃদ্ধি, সামুদ্ৰিক ক্ষেত্ৰ, প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, চাইবাৰ নিৰাপত্তা আৰু প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী অভিযান, দুৰ্যোগ প্ৰশমন আৰু সাহায্য তথা ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্মিলন, আছিয়ান, পেচিফিক আইলেণ্ড ফ’ৰাম আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনত একত্ৰিত দৃষ্টিভংগীক সহযোগিতাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ
June 28th, 08:30 pm
২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।ফলাফলৰ সবিশেষঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ছেচিলছ ভ্ৰমণ
June 28th, 08:17 pm
ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰসহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ২০২৪ বৰ্ষৰ প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
June 23rd, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি সেৱা তীৰ্থত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সহকাৰী সচিব হিচাপে সংযুক্ত হৈ থকা ২০২৪ বৰ্ষৰ ১৮৩ গৰাকী প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াৰ সৈতে মত বিনিময় কৰে।ফ্ৰান্সৰ ইভিয়ানত জি-৭ত ''নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ'' বিষয়ক অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
June 16th, 10:12 pm
প্ৰযুক্তি আৰু যোগান শৃংখলক অস্ত্ৰ হিচাপে নহয়, বিশ্বৰ মংগলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মোৰ বিশ্বাস আছে। উন্নয়নৰ সুযোগ কেইখনমান দেশতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। বিশ্বৰ প্ৰতিষ্ঠানসমূহে সকলো দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও মোৰ বিশ্বাস আছে।ফ্ৰান্সত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত “নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” বিষয়ক অধিৱেশনত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত ‘“নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” শীৰ্ষক অধিৱেশনত ভাষণ দিয়ে।ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি
June 15th, 05:32 pm
শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ
June 05th, 04:30 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
June 01st, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙে ৰাষ্ট্ৰপতি হিচাপে বিদেশ ভ্ৰমণৰ বাবে প্ৰথমে ভাৰতক বাছি লোৱাত ভাৰতে সন্মানিত বোধ কৰিছে । লগতে তেওঁ ভগৱান বুদ্ধৰ আশীৰ্বাদত ৰাষ্ট্ৰপতিয়ে বোধগয়াৰ পৰা ভাৰতত নিজৰ কাৰ্যসূচী আৰম্ভ কৰাত আনন্দ প্ৰকাশ কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই ভাৰত-ম্যানমাৰ সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰি দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে চৰ্চা কৰে। বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, ৰেয়াৰ আৰ্থ খনিজ, স্বাস্থ্যসেৱা, সংযোগ, ঐতিহ্যৰ পুনৰুদ্ধাৰ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ পথসমূহৰ অন্বেষণ কৰে। সামুদ্ৰিক সুৰক্ষা, চাইবাৰ নিৰাপত্তা আৰু অন্যান্য পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰতো ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম ’, ‘এক্ট ইষ্ট’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় নীতিৰ বাবে ম্যানমাৰৰ ভূমিকা অতি প্ৰয়োজনীয় বুলি আলোকপাত কৰি ম্যানমাৰৰ সৈতে থকা ভাৰতৰ সম্পৰ্কৰ কথা পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে।নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
May 18th, 04:44 pm
যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।ভাৰত গণৰাজ্য আৰু ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ত যৌথ বিবৃতি প্ৰকাশ
May 06th, 05:24 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামে ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।