১৩ ফেব্ৰুৱাৰীত সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 12th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ১.৩০ বজাত ভৱন চৌহদ সেৱা তীৰ্থ নামকৰণেৰে উন্মোচন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত সেৱা তীৰ্থত এটা ৰাজহুৱা কাৰ্যসূচীত ভাষণ দিব।PRAGATI @ 50: Institutionalizing Proactive and Tech-Enabled Governance
January 02nd, 07:30 pm
During a media briefing, the Cabinet Secretary highlighted the structured Project and Issue Escalation Mechanism under PRAGATI led ecosystem, which enables systematic monitoring and resolution of issues across multiple levels and State Governments. The escalation framework ensures coordinated inter-ministerial action, timely decision-making, and focused resolution of implementation bottlenecks in projects of national importance.ভাৰত চৰকাৰৰ সচিবসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী মোদীৰ
May 08th, 02:17 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকলৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় শেহতীয়া ঘটনাৱলীক লৈ ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সমন্বয় সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে আজি এখন বৈঠকত অধ্যক্ষতা কৰে।কেবিনেটে ৪ বছৰৰ বাবে ই-ক’ৰ্ট তৃতীয় পৰ্যায়ত অনুমোদন জনাইছে
September 13th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৭২১০ কোটি টকাৰ বিত্তীয় ব্যয়ৰ সৈতে চাৰি বছৰ (২০২৩ চনৰ পৰা) কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ই-ক'ৰ্টপ্ৰকল্প তৃতীয় পৰ্যায়ত অনুমোদন জনাইছে।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ঘেঁহু যোগান, মজুত আৰু ৰপ্তানিৰ স্থিতিৰ পৰ্য্যালোচনা বৈঠক
May 05th, 09:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘেঁহু যোগান, মজুত আৰু ৰপ্তানিৰ বিভিন্ন দিশ পৰ্য্যালোচনাৰ অৰ্থে এখনি বৈঠকত পৌৰহিত্য কৰে।ঘূৰ্ণীবতাহ জাৱাদৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতিৰ পৰ্য্যালোচনাৰ অৰ্থে উচ্চ পৰ্য্যায়ৰ বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰীৰ
December 02nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূৰ্ণীবতাহ জাৱাদৰ সৃষ্টিৰ ফলত উদ্ভৱ হ’বপৰা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয় ও সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰস্তুতি পৰ্য্যালোচনাৰ অৰ্থে এক উচ্চ পৰ্য্যায়ৰ বৈঠকত পৌৰহিত্য কৰে।দেশ জুৰি অক্সিজেনৰ যোগান বৃদ্ধিৰ বাবে কৰা কৰ্মব্যৱস্থা সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 09th, 01:10 pm
দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।Prime Minister reviews progress of India’s vaccination drive
June 04th, 08:41 pm
PM Narendra Modi chaired a high level meeting to review the progress of India’s vaccination drive. The PM was briefed about the current availability of vaccines and the roadmap for ramping it up. He was also apprised about the efforts undertaken to help various vaccine manufacturers ramp up production of vaccines.চিবিএছই-ৰ দশম শ্রেণীৰ ব’র্ডৰ পৰীক্ষা বাতি
June 01st, 07:25 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ ব'র্ডৰ পৰীক্ষাৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। ৰাজ্য চকাৰসমূহৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰ মতামত আৰু নিবিড় আলোচনাৰ বিষয়ে বিষয়াসকলে এই বৈঠকত বিস্তাৰিতভাবে জনায়।প্ৰধানমন্ত্ৰীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়
May 15th, 06:54 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্
April 27th, 08:25 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীক অক্সিজেনৰ উপলব্ধতা, ঔষধ, স্বাস্থ্য আন্তঃগাঁথনি ইত্যাদিৰ বিভিন্ন বিষয়ত বিশদ তথ্য প্ৰদান কৰা হয়৷ফাৰ্মা উদ্যোগৰ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিম
April 19th, 08:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাৰ্মাচিউটিকেল উদ্যোগৰ নেতৃত্বৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ফাৰ্মা খণ্ডটোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়।ক’ভিড-১৯ ৰ প্ৰতি জন স্বাস্থ্যৰ সঁহাৰিৰ প্ৰস্তুতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ
April 17th, 09:37 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অব্যাহত থকা ক’ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতিৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ অৰ্থে এখনি বৈঠকত পৌৰহিত্য় কৰে। মেডিচিন, অক্সিজেন, ভেন্টিলেটৰ আৰু টিকাদানৰে জড়িত ভিন্ন দৃষ্টিকোণ সন্দৰ্ভত ইয়াত আলোচনা কৰা হয়।PM chaired review meeting on Covid-19 pandemic preparations
July 11th, 02:06 pm
PM Modi reviewed the Covid-19 situation in the country. The PM directed that we must reiterate the need to observe personal hygiene and social discipline in public places.Prime Minister reviews India’s fight against Covid-19
June 13th, 06:26 pm
PM Modi held a meeting with senior ministers and officials to review India’s response to Covid-19 pandemic. The national level status and preparation in the context of the pandemic were discussed. The meeting also took stock of situation in different states and union territories including Delhi.PM at the helm of India’s Fight against COVID-19
March 29th, 10:00 am
Prime Minister Shri Narendra Modi is continuing his interactions with various stakeholders in India’s fight against COVID-19.PM interacts with medical fraternity - doctors, nurses and lab technicians
March 24th, 10:00 pm
Prime Minister Shri Narendra Modi today interacted with the medical fraternity including doctors, nurses and lab technicians from all over the country via video conference.ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ অৰ্থে বিভিন্ন ষ্টেকহ’ল্ডাৰসকলৰ সৈতে বৈঠক অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 07:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে বিভিন্ন ষ্টেকহ’ল্ডাৰসকলৰ সৈতে বৈঠক অব্যাহত ৰাখিছে৷ এই পৰিপ্ৰেক্ষিতত শ্ৰী মোদীয়ে আজি বৈদ্যুতিন সংবাদ মাধ্যমৰ গোট আৰু ভাৰতীয় ঔদ্যোগিক সংস্থাৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷উদ্যোগ জগতৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত
March 23rd, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে এছ’চেম, ফিকি, চিআইআই আৰু দেশৰ ওঠৰখন চহৰৰ বিভিন্ন স্থানীয় চেম্বাৰৰ ঔদ্যোগিক প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ উন্নতিৰ বাবে দ্ৰুত গতিত ধাৱমান হোৱাৰ মুহূৰ্ততে ক’ভিড-১৯ৰ দৰে এক অজ্ঞাত সমস্যাই দেশৰ অৰ্থনীতিৰ সন্মুখত বাধা হিচাপে থিয় দিছে৷ তেওঁ কয় যে এই মহামাৰীয়ে উদ্ভৱ কৰা প্ৰত্যাহ্বান বিশ্বযুদ্ধৰ প্ৰভাৱতকৈও সুদূৰপ্ৰসাৰী হোৱাৰ লগতে আমি নিৰৱচ্ছিন্নভাৱে ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্যস্ত থাকিব লাগিব৷Cabinet Secretary reviews COVID-19 status with Chief Secretaries of States; important decisions taken to check the disease
March 22nd, 03:48 pm
A high level meeting was held today morning with Chief Secretaries of all the States by the Cabinet Secretary and the Principal Secretary to the Prime Minister. All the Chief Secretaries informed that there is overwhelming and spontaneous response to the call for Janta Curfew given by the Hon’ble Prime Minister.