Cabinet approves integration and continuation of two schemes under umbrella scheme SARTHAK-PDS
May 27th, 02:53 pm
The Cabinet Committee on Economic Affairs (CCEA), chaired by PM Modi, has approved the continuation of SARTHAK PDS as an umbrella scheme with a Central outlay of ₹25,530 crore. Equipped with advanced technologies such as AI, ML, NLP and Blockchain, the scheme aims to ensure last-mile service delivery, minimize leakages and strengthen the nation’s commitment to food security under the NFSA.কেবিনেটে সমগ্ৰ উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ১৫খন জিলা সামৰি দুটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনাইছে, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৬০১ কিলোমিটাৰ বৃদ্ধি পাইছে
April 18th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰেল মন্ত্ৰালয়ৰ ২টা প্ৰকল্পত মুঠ ২৪,৮১৫ কোটি (প্ৰায়) টকা ব্যয় সাপেক্ষে অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাত ১২০০ মেগাৱাট কালাই-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ১৪১০৫.৮৩ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
April 08th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাৰ লোহিত নদীত কালাই-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১৪,১০৫.৮৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭৮ মাহ।Cabinet approves construction of 1720 MW Kamala Hydro Electric Project in Arunachal Pradesh
April 08th, 04:26 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved investment of Rs.26,069.50 crore for construction of Kamala Hydro Electric Project (HEP) in Kamle, Kra Daadi & Kurung Kumey Districts of Arunachal Pradesh. The project will significantly improve infrastructure in the state and provide essential facilities, benefiting local communities.Cabinet approves revision in cost and investment in equity for HPCL Rajasthan Refinery Limited (HRRL), Pachpadra, District - Balotra, Rajasthan
April 08th, 04:21 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved the revision of HPCL Rajasthan Refinery Limited project cost from Rs.43,129 Crore to Rs.79,459 Crore and additional equity investment of Rs.8,962 Crore by Hindustan Petroleum Corporation Limited (HPCL). The project will lead to energy independence and reduce import dependence of petrochemical sector.প্ৰব্ৰজন, ভিছা, বিদেশীৰ পঞ্জীয়ন আৰু ট্ৰেকিং (আই ভি এফ আৰ টি) আঁচনি অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন
March 25th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০৩১ চনৰ ৩১ মাৰ্চলৈকে পাঁচ বছৰৰ বাবে ১,৮০০ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে প্ৰব্ৰজন, ভিছা, বিদেশী পঞ্জীয়ন আৰু ট্ৰেকিং (আইভিএফআৰটি) আঁচনি অব্যাহত ৰখাত অনুমোদন জনোৱা হৈছে।Cabinet approves upgradation of NH-160A section in Maharashtra worth Rs.3320.38 crore
February 14th, 01:05 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the rehabilitation and upgradation of NH-160A in Maharashtra worth Rs. 3,320.38 crore. The project, proposed in line with PM GatiShakti principles, will reduce travel time and enhance basic infrastructure in the tribal region, contributing to overall economic development.Cabinet approves upgradation of National Highway-56 sections in Gujarat at Rs.4583.64 Crore
February 14th, 01:02 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the project for the construction of 4-lane sections in Gujarat with a total project length of 107.67 km, costing Rs. 4583.64 crore. The project will improve connectivity to tribal areas, thereby supporting economic growth and development of the region. It will also enhance connectivity to the Statue of Unity.Cabinet approves the widening of National Highway-167 in Telangana worth Rs.3175.08 crore
February 14th, 01:00 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the widening of National Highway-167 from Gudebellur to Mahabubnagar on the Hyderabad-Panaji Economic Corridor to 4-lane standards in Telangana, worth Rs. 3175.08 crore. It will provide seamless connectivity to key economic, social and logistics nodes across Telangana and provide employment opportunities.Cabinet approves construction of Twin Tube TBM road Underwater tunnel and a Railway project in Assam
February 14th, 12:56 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the construction of a 4-lane access-controlled greenfield connectivity corridor from Gohpur on NH-15 to Numaligarh on NH-715, including a 15.79 km road-cum-rail tunnel under the River Brahmaputra, worth Rs. 18,662 crore in Assam. The project will enhance the efficiency of freight movement, reduce logistics costs and drive socio-economic growth in the North Eastern region.কেবিনেটে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ১২ খন জিলাক সামৰি তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়, ইয়াৰ ফলত ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৩৮৯ কিমি বৃদ্ধি পাব
February 14th, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে কালি মুঠ ১৮,৫০৯ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষে ৰেল মন্ত্ৰালয়ৰ তিনিটা (৩) প্ৰকল্পত অনুমোদন জনাইছে। উক্ত প্ৰকল্পসমূহৰ ভিতৰত আছেঃCabinet approves 4-lane road project in Bihar worth Rs.3,822.31 crore
September 24th, 03:07 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the 4-lane Sahebganj-Areraj-Bettiah road project in Bihar at Rs. 3,822.31 crore. The project will improve access to key heritage and Buddhist sites, strengthening the Buddhist circuit and tourism in Bihar. It will also improve employment opportunities, boosting regional growth.Cabinet approves a railway project connecting Bihar, Jharkhand and West Bengal worth Rs. 3,169 Crore
September 10th, 03:05 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved doubling the 177 km Bhagalpur–Dumka–Rampurhat railway line across Bihar, Jharkhand, and West Bengal at a cost of ₹3,169 crore. This multi-tracking will ease congestion, improve connectivity for people and goods, boost tourism, and support PM Modi’s vision of an Atmanirbhar Bharat by creating more employment and self-employment opportunities in the region.বিহাৰৰ বক্সাৰ-ভাগলপুৰ হাই-স্পীড কৰিডৰৰ প্ৰৱেশ নিয়ন্ত্ৰিত ৪ লেনযুক্ত গ্ৰীণফিল্ড মকামা-মুংগেৰ অংশৰ হাইব্ৰিড এনুইটি মোড (এইচ এ এম)ত মুঠ ৮২.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ বাবে ৪৪৪৭.৩৮ কোটি টকা অনুমোদন কেবিনেটৰ
September 10th, 03:02 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে বিহাৰৰ বাক্সাৰ-ভাগলপুৰ হাই-স্পীড কৰিডৰ ৪ লেন গ্ৰীণফিল্ড প্ৰৱেশ নিয়ন্ত্ৰিত মকামা-মুংগেৰ অংশ হাইব্ৰিড এনুইটি মোড (HAM)ত মুঠ প্ৰকল্পৰ দৈৰ্ঘ্যৰ ৮২.৪০০ কিলোমিটাৰৰ বাবে মুঠ মূলধনী ব্যয় ৪৪৪৭.৩৮ কোটি টকা অনুমোদন জনাইছে। ।Cabinet approves 6-Lane Ring Road project in Odisha worth Rs.8307.74 crore
August 19th, 03:17 pm
The Cabinet Committee on Economic Affairs chaired by PM Modi has approved construction of 6-Lane Access-Controlled Capital Region Ring Road project in Odisha worth Rs.8307.74 crore. It will play a pivotal role in regional economic growth, strengthening connectivity between major religious and economic centers and opening new avenues for trade and industrial development.Cabinet approves development of Green Field Airport at Kota-Bundi (Rajasthan) at an estimated cost of Rs.1507.00 Crore
August 19th, 03:13 pm
The Cabinet Committee on Economic Affairs chaired by PM Modi has approved the development of Green Field Airport at Kota-Bundi in Rajasthan worth Rs.1507.00 Crore. The project aimed at addressing the anticipated traffic growth in the region includes construction of a Terminal Building spanning an area of 20,000 sqm capable of handling 1000 Peak Hour Passengers (PHP).কেবিনেটে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত অনুমোদন জনায়
June 25th, 03:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে সম্পৰ্কীয় উদ্বেগৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত (JMP) অনুমোদন জনাইছে। মুঠ ৫,৯৪০.৪৭ কোটি টকা বিত্তীয় ব্যয় সাপেক্ষে এই সংশোধিত পৰিকল্পনা ৰূপায়ণ কৰা হ’ব। ইয়াৰ অধীনত পৰ্য্যায়ভিত্তিক পদ্ধতিয়ে অগ্নিকাণ্ড আৰু তললৈ বহি যোৱা ঘটনাৰে মোকাবিলা তথা অগ্ৰাধিকাৰ ভিত্তিত অতিশয় বিপদসংকূল স্থানৰ প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসন নিশ্চিত কৰা হ’ব।বিদ্যুৎ খণ্ডত কয়লা আৱণ্টনৰ বাবে সংশোধিত ‘শক্তি’ (ভাৰতত কয়ালাৰ স্বচ্ছ ব্যৱহাৰ আৰু আৱণ্টন আঁচনি) নীতিলৈ অনুমোদন জনাইছে কেবিনেটে
May 07th, 12:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে কেন্দ্ৰীয় খণ্ড/ৰাজ্যিক খণ্ড/ স্বতন্ত্ৰ শক্তি উৎপাদক (আইপিপি)ৰ তাপ বিদ্যুৎ প্ৰকল্পসমূহক নতুনকৈ কয়লা সংলগ্নীকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। সংশোধিত শক্তি নীতিৰ অধীনত নিম্নলিখিত দুখন উইণ্ডো-ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে:কেন্দ্ৰীয় কেবিনেটে বিহাৰৰ কোচি মেচি আন্তঃৰাজ্যিক সংযোগ প্ৰকল্পক প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা- ত্বৰিত জলসিঞ্চন সুবিধা কাৰ্যসূচী (পিএমকেএছৱাই-এআইবিপি)ৰ অধীনত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়
March 28th, 04:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে আজি বিহাৰৰ কোচি মেচি আন্তঃৰাজ্যিক লিংক প্ৰজেক্টক জল শক্তি মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা/ত্বৰিত জলসিঞ্চন সুবিধা কাৰ্যসূচী (PMKSY-AIBP)ৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে।ৰাষ্ট্ৰীয় ৰ’পৱে উন্নয়ন কাৰ্যসূচী-পৰ্বতমালা পৰিযোজনাৰ অধীনত উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহেব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
March 05th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহাব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে ব্যয় হ’ব ২,৭৩০.১৩ কোটি টকা।