মুঠ মূলধন ব্যয় ৩৫৯৭৩ কোটি টকা ব্যয়েৰে ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক হাইব্ৰিড এন্যুইটি মোডত (এইচ এ এম) চাৰিলেনলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন
August 19th, 03:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে বিহাৰৰ ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক চাৰিলেনলৈ উন্নীতকৰণত অনুমোদন জনাইছে। এই প্ৰকল্পটো হাইব্ৰিড এন্যুইটি মোড (এইচ এ এম)ত ৩৫৯০.৭৩ কোটি টকাৰ মুঠ মূলধন ব্যয়েৰে বিকশিত কৰা হ'ব যাৰ মুঠ দৈৰ্ঘ্য ৮২.৫৭৮ কিলোমিটাৰ।পশ্চিমবংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলা সামৰি চাৰিটা মাল্টিট্ৰেক প্ৰকল্পত কেবিনেটৰ অনুমোদন: প্ৰায় ৪১০ কিলোমিটাৰলৈ বৃদ্ধি পাব ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক
August 19th, 03:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৯,৪৫০ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ সমীপত মঙলদৈ বাইপাছ (১৫.১১ কিলোমিটাৰ) এৰি গুৱাহাটীৰ সমীপৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৮৯৭০.২০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ১৩৫.৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
August 06th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া গুৱাহাটী-তেজপুৰ কৰিডৰৰ উন্নয়নত অনুমোদন জনাইছে। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ (অ’) ৰ অধীনত মুঠ ৮৯৭০.২০ কোটি টকাৰ মূলধনী ব্যয়েৰে বিল্ট-অপাৰেট-ট্ৰেন্সফাৰ (বি অ’ টি) টোল মোডত বিকশিত কৰা হ’ব।কেন্দ্ৰীয় কেবিনেটে সংকুচিত জৈৱ গেছৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় একত্ৰিত আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে, যাৰ বাবে ব্যয় হ’ব ২৩,৭৩১ কোটি টকা
August 06th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মুঠ ২৩,৭৩১ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় একত্ৰিত জৈৱ শক্তি আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে।Cabinet approves 'Samudra Manthan' (National Offshore Exploration Scheme) with an outlay of Rs.84,084 crore
July 31st, 04:17 pm
The Union Cabinet chaired by PM Modi has approved 'Samudra Manthan' – the National Offshore Exploration Scheme with an approved outlay of Rs.84,084 crore for implementation up to FY 2030-31. The Scheme is expected to stimulate significant investments across the exploration and production value chain, creating long-term opportunities for industry, innovation and economic growth.Cabinet approves revamped Khelo India Scheme and enhanced Assistance to National Sports Federations (ANSFs)
July 31st, 04:15 pm
The Union Cabinet chaired by PM Modi has approved an expanded Khelo India Scheme and enhanced Assistance to National Sports Federations (ANSFs) with a combined outlay of Rs.36,441 crore for the period 2026-27 to 2030-31. Aligned with the vision of Khelo Bharat Niti 2025 and the NEP 2020, the scheme integrates sports with education, fitness, technology and high-performance training.Cabinet approves continuation of the PM-KISAN Scheme from 2026-27 to 2030-31 with a Financial Outlay of Rs.3.15 lakh crore
July 31st, 04:13 pm
The Union Cabinet, chaired by PM Modi, has approved the continuation of the PM-KISAN Scheme with an outlay of ₹3.15 lakh crore for 2026–31. The scheme will continue providing direct income support to eligible farmers, strengthening agricultural investment and rural prosperity.Cabinet approves Pradhan Mantri Surya Sarovar Yojana (PM-SSY) with a total outlay of Rs.5,070 crore
July 31st, 04:11 pm
The Union Cabinet, chaired by PM Modi, has approved the ₹5,070 crore Pradhan Mantri Surya Sarovar Yojana to develop 5,000 MW of floating solar projects with energy storage. The scheme will boost clean energy, strengthen the grid and create new employment opportunities.Cabinet approves scheme of Chemical Parks “Bharat Audyogik Vikas Yojana Rasayan (BHAVYA Rasayan)
July 24th, 04:12 pm
The Union Cabinet, chaired by PM Modi, has approved the BHAVYA - Rasayan Scheme for establishing three dedicated Chemical Parks at a cost of ₹3,030 crore. The scheme, which will run for five years from FY 2026-27 to FY 2030-31, will lead to a cascading effect through enhanced development of downstream sectors of the economy, thereby generating higher employment and promoting greater economic growth, helping achieve the goal of Viksit Bharat @ 2047.কেন্দ্ৰীয় কেবিনেটে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিখন জিলাত ৰেল নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ দ্বাৰা বৰ্তমানৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্ক প্ৰায় ৪৬ কিলোমিটাৰ সম্প্ৰসাৰিত হ’ব
July 24th, 04:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট কমিটীয়ে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বল্লাৰী–গুন্তকাল অংশত তৃতীয় আৰু চতুৰ্থটো ৰেলপথ স্থাপনত অনুমোদন জনাইছে। এই প্ৰকল্পটোৰ বাবে প্ৰায় ১,২৬৪ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।আজিৰ কেবিনেটত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ
July 24th, 06:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে ঘোষণা কৰিছে যে কাইলৈৰ কেবিনেটত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।মুঠ ৭১৪৫.১৪ কোটি টকাৰ মূলধনী ব্যয়ৰে উত্তৰ প্ৰদেশৰ ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪/৬ লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কানপুৰ-কাব্ৰাই অংশ বি অ’ টি (টোল) মোডত নিৰ্মাণত অনুমোদন কেবিনেটৰ
July 01st, 03:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে ৰাষ্ট্ৰীয় ঘাইপথ (অ)ৰ অধীনত ভূপাল–কানপুৰ অৰ্থনৈতিক কৰিডৰৰ ভৱিষ্যতে ছয় লেনিঙৰ বাবে ডিজাইন কৰা চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰৰ ১১৭.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কানপুৰ–কাব্ৰাই প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ঘাইপথ নিৰ্মাণত অনুমোদন জনায় । আনুমানিক মুঠ মূলধনী ব্যয় ৭১৪৫.১৪ কোটি টকাৰে এই প্ৰকল্পটো ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই বিঅ’টি (টোল) মোডত ৰূপায়ণ কৰিব, লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ কানপুৰ-কাব্ৰাই অংশৰ পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ কামো কৰিব। এই প্ৰকল্পৰ জৰিয়তে কানপুৰ আৰু কাব্ৰাইৰ মাজত নিৰৱচ্ছিন্ন, দ্ৰুতবেগী সংযোগ নিশ্চিত কৰাৰ লগতে সাগৰ, ভূপাল আৰু মধ্যপ্ৰদেশৰ অন্যান্য অঞ্চলৰ সৈতে সংযোগ শক্তিশালী কৰি তুলিব। যাৰ ফলত উত্তৰ প্ৰদেশৰ ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহক মধ্যপ্ৰদেশৰ খনিজ সমৃদ্ধ, উৎপাদন তথা কৃষিৰে জড়িত অঞ্চলসমূহৰ সৈতে সংযোগ কৰা আধুনিক প্ৰৱেশ নিয়ন্ত্ৰিত অৰ্থনৈতিক কৰিডৰ সৃষ্টি হ’ব । ই মধ্যপ্ৰদেশৰ খনিজ সমৃদ্ধ, উৎপাদন আৰু কৃষি অঞ্চলসমূহৰ সৈতে সংযোগ স্থাপনত সহায় কৰিব ।Cabinet approves a Road Tunnel Construction project in Delhi worth Rs. 6969.67 crore
July 01st, 03:06 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the construction of a Road Tunnel Construction project in Delhi worth Rs. 6,969.67 crore. The total project length is 8.1 km, including 3.14 km of tunnel, 0.98 km of tunnel approach ramp, 0.554 km of approach with RE Wall, 2.556 km of elevated portion and 0.87 km of at-grade road. It will provide faster connectivity and employment opportunities.আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (কোটেশ্বৰ পথৰ পৰা বিমানবন্দৰ কৰিডৰ)ত কেবিনেটৰ অনুমোদন
June 10th, 01:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (এ) ত অনুমোদন জনাইছে য’ত ৫টা ষ্টেচনৰ সৈতে ৬.০৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ আছে। দ্বিতীয় পৰ্যায় (এ) ৰ কাৰ্য্যকৰীকৰণৰ পাছত আহমেদাবাদ-গান্ধীনগৰত ৭৭.৬৩কিলোমিটাৰ সক্ৰিয় মেট্ৰ’ ৰে’ল নেটৱৰ্ক থাকিব। দ্বিতীয় পৰ্যায়ৰ (এ) কৰিডৰত থকা ষ্টেচনসমূহৰ নাম হ’ল-আশ্ৰম পথ, কোটেশ্বৰ প্ৰাচীন মন্দিৰ, সবৰমতী নদী, চৰ্দাৰ নগৰ আৰু বিমানবন্দৰ।অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী চহৰ অমৰাৱতীত সাধাৰণ পুল আবাসিক স্থান (জিপিআৰএ) নিৰ্মাণত কেবিনেটৰ অনুমোদন
June 10th, 01:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী চহৰ অমৰাৱতীত সাধাৰণ পুল আৱাসিক স্থান (জিপিআৰএ) নিৰ্মাণত অনুমোদন জনাইছে। এইটো ৰাজধানী চহৰ অমৰাৱতীৰ লগতে অন্ধ্ৰপ্ৰদেশৰ ভিতৰত প্ৰথম জিপিআৰএ প্ৰকল্প হিচাপে চিহ্নিত হৈছে।অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী চহৰ অমৰাৱতীত কেন্দ্ৰীয় চৰকাৰৰ নতুন সাধাৰণ পুল কাৰ্যালয়ৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন
June 10th, 01:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী চহৰ অমৰাৱতীত কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ পুল কাৰ্যালয় গৃহ (চিজিজিপিঅ’এ) নিৰ্মাণত অনুমোদন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে দীৰ্ঘতম কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰশংসা কৰি মন্ত্ৰীসভাৰ এটা প্ৰস্তাৱ গৃহীত
June 10th, 01:50 pm
কেন্দ্ৰীয় কেবিনেটে আজি দেশৰ দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতীয় গণতন্ত্ৰৰ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি এটা প্ৰস্তাৱ গৃহীত কৰে। নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪,৩৯৯ দিনৰ অবিৰত সেৱাৰ অভিলেখ স্থাপন কৰি তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে একেৰাহে ৪,৩৯৮ দিন কাৰ্যনিৰ্বাহ কৰা শ্ৰী জৱাহৰলাল নেহৰুৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰে। প্ৰস্তাৱটোত কোৱা হৈছে যে এই উপলক্ষ্যটো ভাৰতৰ গণতান্ত্ৰিক চেতনা, জনসাধাৰণৰ বিশ্বাস আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তিৰ প্ৰতীক হিচাপে থিয় দিছে, যি 'ৰাষ্ট্ৰ প্ৰথম' সংকল্পৰ দ্বাৰা পৰিচালিত এগৰাকী নেতাক জনসাধাৰণে প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনক প্ৰতিফলিত কৰে।Cabinet approves road upgradation projects in Madhya Pradesh worth Rs. 4,415.60 Crore
June 03rd, 03:29 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved upgradation of Hiwarkhedi-Roshni-Ashapur-Rudhy Section of NH-347B and widening of Deshgaon-Julwaniya Section of NH-347B in Madhya Pradesh at a cost of Rs.4,415.60 Crore. The upgraded corridor will enhance multi-modal integration by connecting with 6 PM Gati-Shakti Economic Nodes, 5 social nodes and 5 Logistic Nodes, thereby facilitating faster movement of goods and passengers across the region.তেলেংগানাত ৰাষ্ট্ৰীয় ঘাইপথ -৬৩ৰ আৰ্মুৰ-জগতিয়াল-মাঞ্চেৰিয়াল অংশটো হাইব্ৰিড এনুইটি মডেল (হাম) আৰু ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ) ৫৬৩ৰ জগতিয়াল-কৰিমনগৰ অংশটো বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (ট'ল) (বিঅ'টি (ট'ল)) ৰ জৰিয়তে ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে কেবিনেটৰ অনুমোদন
June 03rd, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে হাইব্ৰিড এনুইটি মডেল (হাম)ৰ আধাৰত ৰাষ্ট্ৰীয় ঘাইপথ-৬৩ৰ আৰ্মুৰ-জগতীয়াল-মাঞ্চেৰীয়াল অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৫৬৩ৰ নিৰ্মাণ-কাৰ্যকৰন-পৰিৱৰ্তন (ট'ল) [বিঅ'টি (ট'ল)]ৰ জগতীয়াল-কৰিমনগৰ অংশৰ ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে। এই ফ’ৰলেনৰ কামৰ বাবে মুঠ ১৯০.৭৬ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ৭৫৯৭.১৬ কোটি টকা ব্যয় হ'ব।বিহাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাগৰিয়া-পুৰ্নিয়া খণ্ডটো ৩৯৩৬.০৫ কোটি টকা ব্যয়েৰে ফ’ৰলেন (১৪৩.৫২৯ কিলোমিটাৰ)লৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন
June 03rd, 03:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে ৩৯৩৬.০৫ কোটি টকা ব্যয়সাপেক্ষে বিহাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাগৰিয়া-পুৰ্নিয়া খণ্ডটো ফ’ৰলেনলৈলৈ (১৪৩.৫২৯ কিলোমিটাৰ) উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে।