PM Modi commends the Rajaji Utsav, graced by the President of India, honouring Shri Chakravarti Rajagopalachari Ji

February 23rd, 05:12 pm

PM Modi commended the Rajaji Utsav, graced by the President of India, Droupadi Murmu, honouring Shri Chakravarti Rajagopalachari Ji. The PM described the initiative as a commendable effort that reflects India’s resolve to honour those who shaped the nation’s destiny and shed the remnants of a colonial mindset. He also lauded Rajaji for his unwavering commitment to the nation and urged people to visit the exhibition.

প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে

February 22nd, 11:30 am

চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

জন্মদিনত শ্ৰী চি ৰাজাগোপালাচাৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

December 10th, 09:37 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী চি ৰাজাগোপালাচাৰীক তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁক এগৰাকী স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ, বুদ্ধিজীৱী আৰু ৰাজনীতিবিদ হিচাপে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজাজী বিংশ শতিকাৰ আটাইতকৈ তীক্ষ্ণ মনৰ ব্যক্তিসকলৰ এজন, যিয়ে মূল্যবোধৰ সৃষ্টি আৰু মানৱীয় মৰ্যাদা বৰ্তাই ৰখাত বিশ্বাস কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীক জন্ম বাৰ্ষিকীত স্মৰণ কৰে

December 10th, 04:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীক তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে স্মৰণেৰে কয় যে তেওঁ এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক আছিল। তেওঁ প্ৰশাসন, সাহিত্য আৰু সামাজিক সবলীকৰণৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাই থৈ গৈছে।

বাৰাণসীত কাশী তামিল সংগমৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 19th, 07:00 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী, শ্ৰী এল মুৰুগানজী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পান ৰাধাকৃষ্ণন জী, বিশ্ব বিখ্যাত সংগীতজ্ঞ তথা ৰাজ্যসভাৰ সদস্য ইলাইৰাজাজী, বিএইচইউৰ উপাচাৰ্য সুধীৰ জৈন, আইআইটি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক কামকোট্টি জী, তামিলনাডুৰ পৰা মোৰ কাশীলৈ অহা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ সকলো সন্মানীয় অতিথি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,

উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী তামিল সংগমম’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

November 19th, 02:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত মাহজোৰা ‘কাশী তামিল সংগমম’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষণ আসন তামিলনাডু আৰু কাশীৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংযোগক উদযাপন, পুনৰ দৃঢ়তাপূৰ্ণ কৰি তোলা আৰু নতুনকৈ আৱিষ্কাৰ কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৩টা ভাষালৈ অনুবাদ কৰা ‘তিৰুক্কুৰাল’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰতিও প্ৰত্যক্ষ কৰে৷

PM pays tributes to Shri C. Rajagopalachari on his Jayanti

December 10th, 12:03 pm

Prime Minister Narendra Modi paid tributes to Shri C. Rajagopalachari on his Jayanti. He shared a glimpse of Rajaji taking oath as Governor General and the notification of him being awarded the Bharat Ratna as well as a part of a letter Sardar Patel penned to Rajaji when he took over as Governor General of India.

PM pays tribute to C Rajagopalachari on his birth anniversary

December 10th, 11:41 am