List of Outcomes: State Visit of Prime Minister to Ghana
July 03rd, 04:01 am
PM Modi met with the Ghana President Mahama and the two leaders decided to elevate bilateral ties to a Comprehensive Partnership. 4 Memoranda of Understanding (MoUs) were signed including MoU on Cultural Exchange Programme, MoU between BIS & GSA, MoU between ITAM, Ghana and ITRA, India and MoU on Joint Commission Meeting.গান্ধীনগৰ, গুজৰাটত গ্লবেল আয়ুষ ইনভেষ্টমেণ্ট এণ্ড ইন'ভেচন ছামিটত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 20th, 03:53 pm
মৰিছাছৰ প্ৰধানমন্ত্ৰী আদৰণীয় প্ৰবিন্দ জগন্নাথ জী, WHOৰ ডাইৰেক্টৰ জেনেৰেল ডাক্তৰ টেড্ৰোছ, গুজৰাটৰ শক্তিশালী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, মনসুখ ভাই মাণ্ডৱিয়া জী, মহেন্দ্ৰ ভাই মুঞ্জপৰা জী, দেশ-বিদেশৰ পৰা অহা সকলো diplomats, scientists, entrepreneurs আৰু experts, দেৱী আৰু সুধীসমাজ!প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন উদ্বোধন কৰে
April 20th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ ঘেব্ৰেয়েচাছ উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মুঞ্জাপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত আছিল। তিনিদিনীয়া সন্মিলনখনত প্ৰায় ৯০ জন বিশিষ্ট বক্তা আৰু ১০০ জন প্ৰদৰ্শকৰ উপস্থিতিৰ সৈতে ৫খন পূৰ্ণাংগ অধিৱেশন, ৮ খন গোলমেজ, ৬ খন কৰ্মশালা আৰু ২ খন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। এই সন্মিলনে বিনিয়োগৰ সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব, আৰু উদ্ভাৱন, গৱেষণা আৰু বিকাশ, ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ আৰু সুস্থতা উদ্যোগক উৎসাহ িত কৰিব। ই উদ্যোগপতি, শিক্ষাবিদ আৰু পণ্ডিতসকলক একত্ৰিত কৰাত সহায় কৰিব আৰু ভৱিষ্যতৰ সহযোগিতাৰ মঞ্চ হিচাপে কাম কৰিব।We want to move ahead from consumer protection towards best consumer practices & consumer prosperity: PM
October 26th, 10:43 am
Addressing the International Conference on Consumer Protection, PM Narendra Modi today said, “In our vision for a new India, we want to move ahead from only consumer protection towards best consumer practices and consumer prosperity. The focus is on consumer empowerment and ensuring consumer faces no difficulties.”